• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
25 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

Nation NE by Nation NE
February 2, 2026
in Top News, ক্ৰীড়া
0 0
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে পুনৰ সৃষ্টি হৈছে ভাৰত-পাকিস্তান ক্ৰিকেটক লৈ এক বৃহৎ বিতৰ্কৰ। ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পাকিস্তানে লাভ কৰিছে আনুষ্ঠানিক অনুমোদন।

অৱশ্যে এই অনুমোদনৰ সৈতে এক সিদ্ধান্ত জড়িত হৈ আছে, যিয়ে ক্ৰিকেট জগতখনক স্তম্ভিত কৰি তুলিছে। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে।

পাকিস্তান চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি, ১৫ ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তান গ্ৰুপ মেচখন অনুষ্ঠিত নহ’ব। অৰ্থাৎ ভাৰতে ৱাক অভাৰৰ জৰিয়তে ২ পইণ্ট লাভ কৰিব। টি-২০ৰ দৰে চুটি প্ৰতিযোগিতাত এই ২পইণ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। অৱশ্যে এই সিদ্ধান্তই পাকিস্তানৰ বাবে আগুৱাই যোৱাৰ পথ আৰু অধিক কঠিন কৰি তুলিব পাৰে।

এই সমগ্ৰ বিতৰ্ক মূল নিৰাপত্তা আৰু ৰাজনৈতিক সহমতত নিহিত হৈ আছে। বাংলাদেশক লৈ হোৱা বিতৰ্কৰ পিছত পাকিস্তানে আইচিচিৰ ওপৰত ডাবল ষ্টেণ্ডাৰ্ডৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ ফলত পাকিস্তানে এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে।

বিগত বৰ্ষত হোৱা এক চুক্তিত ভাৰত-পাকিস্তানে আইচিচিৰ প্ৰতিযোগিতাত দুয়ো দলে ইটো দলে আনটো দলৰ দেশ ভ্ৰমণ নকৰে বুলি সন্মতি প্ৰকাশ কৰিছিল। নিৰাপত্তা আৰু ৰাজনৈতিক সংবেদনশীলতাৰ বাবে নিৰপেক্ষ স্থানতেই মেচ অনুষ্ঠিত হ’ব বুলি স্থিৰ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত পিচিবিৰ প্ৰধান মহছিন নাকৱী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় আৰু সিদ্ধান্ত লোৱা হয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নকআউট মেচ খেলিব নোৱাৰে।

যাৰ বাবে গ্ৰুপ পৰ্যায়ত ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰাটোৱে পাকিস্তানৰ অৰ্হতাৰ আশাত প্ৰভাৱ পেলাব পাৰে। অন্যথা পাকিস্তানে আমেৰিকা, নেদাৰলেণ্ড, নামিবিয়াৰ বিৰুদ্ধে সকলো খেলতে জয়ী হ’ব লাগিব। কেৱল জয়ী হোৱাই নহয়, নেট ৰান ৰেটেও এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। বৰষুণ বা যিকোনো এটা দুৰ্বল প্ৰদৰ্শনে তেওঁলোকৰ খেলত ব্যাঘাত জন্মাব পাৰে।

ছেমিফাইনেল বা ফাইনেলত ভাৰত-পাকিস্তানৰ এখন খেল আইচিচিৰ বাবে এক ডাঙৰ আকৰ্ষণ। এনে মেচে সম্প্ৰচাৰৰ পৰা কোটি কোটি টকাৰ ৰাজহ আহৰণ কৰে। যদি পাকিস্তানে নকআউট মেচত খেলিবলৈ অস্বীকাৰ কৰে, তেন্তে সেয়া কেৱল এটা দলৰ সিদ্ধান্তই নহয়, প্ৰতিযোগিতাখনৰ বিশ্বাসযোগ্যতা আৰু আইচিচিৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন উত্থাপন হ’ব। স্পষ্টভাৱে ভাৰত-পাকিস্তানৰ খেলখনৰ প্ৰকৃত ছবিখন এতিয়াও উলিয়াব পৰা নাই আৰু অনাগত দিনত এই বিষয়টো তীব্ৰতৰ হ’ব পাৰে।

Tags: PakistanT20 World CupTeam India

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025