• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 11, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 3, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন। মছজিদ-মাদ্ৰাছাত বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ঠ হৈছে সংখ্যালঘু ৰাইজ। এইবাৰ ধিং সমষ্টি AIUDFৰ পৰা উদ্ধাৰ কৰি বিজেপিক উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি মুছলমান লোকৰ। মাদ্ৰাছাত অনুষ্ঠিত নিৰ্বাচনী সভাত ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়ে সংখ্যালঘু ৰাইজে। একেলগে ১০০০ গৰাকী মুছলমান লোকে যোগ দিয়ে বিজেপিত।
  • নিশা মহানগৰীৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা। থিতাতে নিহত হয় এগৰাকী যুৱতী। যুৱতীগৰাকীৰ ঘৰ আছি ফটাশিল আমবাৰীত। জানিব পৰা মতে, বাহনখনত আছিল মুঠ ৫ গৰাকী লোক। চালকৰ আসনত আছিল কায়ম চৈয়দ। ইতিমধ্যে বাহনখনৰ চালকজনক আটক কৰা হৈছে।
  • হাইলাকান্দিত অব্যাহত উচ্ছেদ অভিযান। দ্বিতীয় দিনাও ঘাড়মুৰা সংৰক্ষিত বনাঞ্চলত চলিছে প্ৰসাশনৰ বুলড’জাৰ। ৮০০ বিঘা বেদখলকৃত চৰকাৰী ভূমি সংৰক্ষণৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান। উচ্ছেদ চলা এলেকাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ। ৩৫ খন এক্সকেভেটৰেৰে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ। মোতায়েন কৰা হৈছে ১৫০০ৰো অধিক নিৰাপত্তাৰক্ষী। উচ্ছেদস্থলীত সষ্টম ২ শতাধিক বন বিভাগৰ কৰ্মী।
  • অৱশেষত ভাৰতৰ সমুখত সেওঁ মানিলে আমেৰিকাই। শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ’ল ট্ৰাম্প। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতে এই ঘোষণা ড’নাল্ড ট্ৰাম্পৰ। প্ৰধানমন্ত্ৰী মোদীক ভাল বন্ধু বুলি সামাজিক মাধ্যমত উল্লেখ ট্ৰাম্পৰ। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি সামাজিক মাধ্যমত দাবী মাৰ্কিন ৰাষ্ট্ৰপতিৰ।
Tags: Good Newslatest updatemorning news

Related Posts

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 11, 2026

শীৰ্ষ সংবাদ

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025