• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

Nation NE by Nation NE
February 3, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Share on FacebookShare on TwitterWhatsApp

কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ। এগৰাকী মহিলাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ১ ফেব্ৰুৱাৰীৰ নিশা পুস্তা ৰোডত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, পূৱ দিল্লীৰ গীতা কলনী অঞ্চলত হেড কনিষ্টবল অংকুৰ আৰু কনিষ্টবল জাভেদে জৰুৰীকালীন কৰ্তব্যৰত অৱস্থাত পুষ্টা ৰোডত কাজিয়াৰ সম্ভেদ পায়। এই তথ্যৰ ভিত্তিত কাম কৰি বিষয়া দুজনে পুষ্টা ৰোডত উপস্থিত হয়, য’ত ইতিমধ্যে বিশৃংখলতাৰ সৃষ্টি হৈছিল। ঘটনাস্থলীত উপস্থিত থকাসকলৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে এই পৰিৱেশ শান্ত কৰাৰ চেষ্টা কৰে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, শৃংখলা ঘূৰাই অনাৰ সময়তে এগৰাকী মহিলা আৰু আন লোকে আৰক্ষীকো অপদস্থ কৰে। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে হেড কনিষ্টবল অংকুৰক ধৰি ইউনিফৰ্ম ফালি সোঁ কান্ধত কামোৰি দিয়ে। এই সময়ছোৱাত আন এজন আৰক্ষী বিষয়াকো আক্ৰমণৰ কৰাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে।

ঘটনাৰ সময়ত ঘটনাস্থলীত একাংশ লোক সমবেত হয় আৰু একাংশ লোকে মোবাইল ফোনেৰে এই দৃশ্য ৰেক’ৰ্ড কৰে।খবৰ অনুসৰি, আৰক্ষীয়ে শান্তি বজাই ৰাখিবলৈ বাৰে বাৰে চেষ্টা কৰাৰ পাছতো হুলস্থুলীয়া পৰিৱেশ অব্যাহত থকাৰ লগতে চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি হয়। পিছত আহত আৰক্ষী ২ জনক চিকিৎসা পৰীক্ষাৰ বাবে ডাঃ হেডগেৱাৰ হাস্পতাললৈ লৈ যোৱা হয়। ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Tags: bitedehi policeWomen

Related Posts

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

February 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

শীৰ্ষ সংবাদ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025