• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
24 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 3, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৭৬০- আজিৰ দিনটোতে উদগীৰ যুদ্ধত সদাশিৱ ৰাও ভাউৰ নেতৃত্বত মাৰাঠা সৈন্যই নিজামক পৰাস্ত কৰে।

১৮১৫- ছুইজাৰলেণ্ডত বিশ্বৰ প্ৰথমটো পনিৰৰ কাৰখানা মুকলি কৰা হয়।

১৯১৬- বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৯২৫- ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰেল সেৱা আৰম্ভ হয়, মুম্বাই আৰু কুৰলাৰ মাজত চলিছিল।

১৯৩৪- প্ৰথম এয়াৰ পাৰ্চেল ডেলিভাৰী সেৱা আৰম্ভ হয়। এই পদক্ষেপৰ সূচনা কৰা কোম্পানীটো বৰ্তমান লুফথানছা নামেৰে জনাজাত।

১৯৪৫- ৰাছিয়াই দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ বিৰুদ্ধে যুদ্ধত যোগদান কৰিবলৈ সন্মত হয়।

১৯৫৪- আজিৰ দিনটোতে এলাহাবাদ কুম্ভ মেলাত সংঘটিত দুৰ্ঘটনাত ৫০০ৰো অধিক লোকৰ মৃত্যু হয়। মৃত্যু।

১৯৭০- ভাৰতৰ প্ৰথমটো আৰু বিশ্বৰ সৰ্ববৃহৎ কয়লা চালিত সাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰা হয় টালচেৰত।

১৯৭২- জাপানৰ ছাপোৰোত এছিয়াৰ প্ৰথম শীতকালীন অলিম্পিক অনুষ্ঠিত হয়।

১৯৮৮- ভাৰতীয় নৌসেনাত প্ৰথম পাৰমাণৱিক চাবমেৰিন (INS Chakra) অন্তৰ্ভুক্ত কৰা হয়।

১৯৯৯- ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যত ডেম’ক্ৰেটিক জনতা পাৰ্টি পুনৰুজ্জীৱিত হয়।

২০০৩- ভাৰতে উজবেকিস্তানৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যৌথ কৰ্মগোট গঠন কৰে।

২০০৬- ইজিপ্তৰ আল চালাম-৯৮ জাহাজ লোহিত সাগৰত ডুব যায়।

২০০৭- চীনে মহাকাশ কক্ষপথত স্থাপন কৰা বহুমুখী নেভিগেচন উপগ্ৰহ উৎক্ষেপণ কৰে।

২০০৯- গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দৰিদ্ৰতা নিৰাময়ৰ এক নতুন সূত্ৰ প্ৰস্তুত কৰিলে।

২০১৭- চেন্নাই বন্দৰত দুখন তেল টেংকাৰৰ সংঘৰ্ষৰ ফলত ব্যাপক তেল নিৰ্গমন হয়।

২০১৮- ভাৰতে চতুৰ্থবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰে।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

March 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025