• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
24 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

Nation NE by Nation NE
February 3, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Share on FacebookShare on TwitterWhatsApp

অৱশেষত ভাৰতৰ সমুখত সেওঁ মানিলে আমেৰিকাই। শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ’ল ট্ৰাম্প। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতে এই ঘোষণা ড’নাল্ড ট্ৰাম্পৰ। প্ৰধানমন্ত্ৰী মোদীক ভাল বন্ধু বুলি সামাজিক মাধ্যমত উল্লেখ ট্ৰাম্পৰ। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি সামাজিক মাধ্যমত দাবী মাৰ্কিন ৰাষ্ট্ৰপতিৰ।

ইয়াৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰা হৈছে। এই চুক্তিৰ অধীনত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিছে। বিশেষকৈ কাপোৰ, চামৰা, জোতা কোম্পানীসমূহৰ বাবে এই খবৰটোৱে এক ডাঙৰ সকাহ দিছে। কিয়নো বিগত কেইমাহমানৰ পৰা বহু সৰু ভাৰতীয় কোম্পানীয়ে আমেৰিকালৈ ৰপ্তানি বন্ধ কৰি দিছিল, আনহাতে বৃহৎ কোম্পানীসমূহে বৃহৎ ৰেহাই দি ব্যৱসায় ৰক্ষাৰ চেষ্টা চলাইছিল।

এই চুক্তিৰ কথা ঘোষণা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰতৰ ওপৰত শুল্ক ১৮% লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্কও আঁতৰোৱা হৈছে। ট্ৰাম্পে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মত হৈছে।

আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, আৰু দুয়োখন দেশৰ মাজত বাণিজ্য ১৩১.৮৪ বিলিয়ন ডলাৰ। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ আমেৰিকাৰ সৈতে বাণিজ্যিক উদ্বৃত্ত আছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিৰ আলোচনা চলি আছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ বিলিয়ন ডলাৰৰ বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বাণিজ্যিক চুক্তিৰ পিছত আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰী অধিক প্ৰতিযোগিতামূলক হৈ পৰিছে। উদাহৰণস্বৰূপে, ভাৰতীয় কাপোৰৰ ওপৰত এতিয়া ১৮ শতাংশ শুল্ক আৰোপ কৰা হ’ব, আকৌ বাংলাদেশ আৰু শ্ৰীলংকাত ২০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। একেদৰে ৫০ শতাংশ শুল্কৰ বাবে বজাৰৰ যথেষ্ট অংশীদাৰিত্ব হেৰুৱাই পেলোৱা ভাৰতীয় কাৰ্পেট এতিয়া তুৰ্কী কাৰ্পেটতকৈ সস্তা হ’ব।

চীনৰ সামগ্ৰীৰ তুলনাত আমেৰিকাত এতিয়া ভাৰতীয় সামগ্ৰী সস্তা হ’ব, কিয়নো চীনৰ বেছিভাগ সামগ্ৰীৰ ওপৰত আমেৰিকাত ৩৪ শতাংশ শুল্ক আৰোপ কৰা হয়। অৱশ্যে এতিয়াৰ বাবে অটো পাৰ্টছ আৰু মেটেলৰ ওপৰত শুল্ক থাকিব। কোম্পানীসমূহে এতিয়াও এই বাণিজ্যিক চুক্তিৰ সম্পূৰ্ণ বিৱৰণৰ বাবে অপেক্ষা কৰি আছে, কিয়নো কোনো যৌথ বিবৃতি জাৰি কৰা হোৱা নাই। ইফালে ভাৰতে শেহতীয়াকৈ ব্ৰিটেইন আৰু ইউৰোপীয় সংঘৰ সৈতেও বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে, যাৰ ফলত ভাৰতীয় ৰপ্তানিকাৰকসকলে তেওঁলোকৰ ব্যৱসায়ত অধিক বৈচিত্ৰ্যতা সৃষ্টি কৰিব পাৰিব।

Tags: IndiaModitaxTrump

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025