• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
23 °c
Guwahati
24 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

Nation NE by Nation NE
February 5, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Share on FacebookShare on TwitterWhatsApp

গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে চলি থকা অভিযানত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ দাবী জনাইছে। ইজৰাইলৰ সেনা আৰু আভ্যন্তৰীণ নিৰাপত্তা সংস্থা শ্বিন বেটৰ যৌথ অভিযানত হামাছৰ এটা অপাৰেটিং চেলৰ মুৰব্বী মহম্মদ ইছাম হাছান আল হাবিলক হত্যা কৰে। ইজৰাইলৰ মতে, আইডিএফৰ চোৱাচিতা জোৱান কৰ্পৰেল নোয়া মাৰ্চিয়ানোৰ হত্যাকাণ্ডৰ সৈতে জড়িত সন্ত্ৰাসবাদী আছিল আল-হাবিল।

আইডিএফে কয় যে, হামাছে যুদ্ধবিৰতি উলংঘাৰ পিছত এই পদক্ষেপ লোৱা হৈছে। সেনাবাহিনীৰ মতে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আছিল আল-হাবিল।একে আক্ৰমণৰ সময়তে নোয়া মাৰ্চিয়ানোক নাহাল অজ সামৰিক চেকপইণ্টৰ পৰা অপহৰণ কৰা হৈছিল আৰু পিছত তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছিল, যাৰ ফলত সমগ্ৰ ইজৰাইলতে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল।

ইজৰাইলৰ সেনাই জনোৱা মতে, ৪ ফেব্ৰুৱাৰীত গাজা চহৰৰ শ্বাটি শৰণাৰ্থী শিবিৰত বিমান আক্ৰমণত আল হাবিলৰ মৃত্যু হোৱাৰ লগতে ইছলামিক জেহাদৰ আলী ৰাজিয়ানাও নিহত হয়। ৰাজিয়ানা উত্তৰ গাজা ব্ৰিগেডৰ ইছলামিক জেহাদৰ মুখ্য সেনাপতি আছিল। আইডিএফৰ মতে, আল-হাবিলে ইজৰাইলৰ এজন ৰিজাৰ্ভ বিষয়াৰ ওপৰত গুলীচালনা কৰি গুৰুতৰভাৱে আহত কৰি সেনাবাহিনীৰ দৃষ্টিগোচৰ হয়।

ইজৰাইলৰ সেনাই ছ’চিয়েল মিডিয়াত এই অভিযান নিশ্চিত কৰি কয় যে এই অভিযানে নোয়া মাৰ্চিয়ানোৰ পৰিয়ালক ন্যায় প্ৰদান কৰে। ইয়াৰ উপৰিও সাধাৰণ নাগৰিক আৰু জোৱানৰ বিৰুদ্ধে হিংসা কৰাসকলক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব বুলিও উল্লেখ কৰা হৈছে।

আইডিএফৰ দাবী যে গাজাৰ শ্বিফা হাস্পতালত কাৰাবন্দী হৈ থকাৰ সময়তে নোয়া মাৰ্চিয়ানোৰ হত্যাকাণ্ডত আল-হাবিলে ভূমিকা লৈছিল। নোয়াৰ পৰিয়ালে জনোৱা মতে, এজন চিকিৎসকে তেওঁৰ শিৰাত বায়ু বেজী দি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত অপহৃত কেইবাগৰাকীও মহিলাৰ ভিতৰত এগৰাকী ১৯ বছৰীয়া আইডিএফৰ পৰ্যবেক্ষক আছিল নোয়া মাৰ্চিয়ানো। বন্দী হোৱা আন মহিলাসকলক পিছত জীৱিত অৱস্থাত ঘূৰাই অনাৰ বিপৰীতে নোয়াক নহয়।

Tags: HamasIsraelWar

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025