• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
March 15, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯৮৪- প’ৰ্ট লুইছৰ মহাত্মা গান্ধী ইনষ্টিটিউটত মৰিচাছৰ প্ৰধানমন্ত্ৰী অনিৰুদ্ধ জুগনৌথে প্ৰথম আন্তৰ্জাতিক সংস্কৃত সন্মিলন উদ্বোধন কৰে।
১৯৯৭- ইৰাণে প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যত এগৰাকী মহিলা ৰাজনীতিবিদক নিযুক্তি দিয়ে।
১৯৯৯- এলডবয়ৰ্গ ল’ৱাৰ নৰৱেৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হয়; ক’ছ’ভ’ শান্তি আলোচনাৰ দ্বিতীয় পৰ্যায় পেৰিছত আৰম্ভ হয়।
২০০১- ভাৰত-পাকিস্তানৰ আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কফি আন্নান ঢাকাৰ পৰা ভাৰতত উপস্থিত হয়; কাৰাছেক পুনৰ ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
২০০২- স্পেইনৰ বাৰ্চিলোনাত ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন আৰম্ভ হয়; আমেৰিকাৰ চতুৰ্থটো ক্ষেপণাস্ত্ৰ বিৰোধী পৰীক্ষা সফল হৈছিল।
২০০৩- চীনত ক্ষমতা নতুন প্ৰজন্মৰ হাতলৈ যায় আৰু হু জিনটাও নতুন ৰাষ্ট্ৰপতি হয়।
২০০৫- ছৌদি আৰৱৰ ৰাজকুমাৰ আল ৱাহিদ বিন তালাল আব্দুল আজিজ আল চাউণ্ডে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত মিলিত হয়।
২০০৭- ভোডাফোন আৰু এছাৰৰ মাজত চুক্তি সম্পাদিত হয়।
২০০৮- কাৰাগাৰ সংস্কাৰ আৰু মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে দেশৰ প্ৰথমগৰাকী মহিলা আই পি এছ বিষয়া কিৰণ বেডীক জাৰ্মান সন্মান “এনেমাৰী মেডিচন”ৰ বাবে নিৰ্বাচিত কৰা হয়।
ইটালীৰ পচিলিঅ’ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। কাজাখস্তানৰ ভেইনকোভ’ বিমানবন্দৰৰ পৰা ৰাছিয়াৰ প্ৰ’টন এম ৰকেট নিক্ষেপ কৰা হয়।
২০০৯- লক্ষ্ণৌৱে মহিলা কাবাডী প্ৰতিযোগিতাত জয়লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা মল্লযুঁজাৰু তথা অৰ্জুন বঁটা বিজয়ী গাটিকা জাখৰে একেৰাহে সপ্তমবাৰৰ বাবে ভাৰত কেছাৰী খিতাপ দখল কৰি দেশৰ শক্তিশালী মহিলা মল্লযুঁজাৰু হোৱাৰ গৌৰৱ অৰ্জন কৰে।

Tags: global newsHistory EventsWorld news

Related Posts

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…
Top News

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

May 9, 2026
বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ
Top News

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

May 9, 2026
ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…
Top News

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

May 9, 2026
বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026

শীৰ্ষ সংবাদ

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025