মেষ ৰাশি : আজি আপুনি সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আজি বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷
বৃষ ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
মিথুন ৰাশি : আজি আপোনাৰ আৰম্ভণি সফল হʼব, আপোনাৰ কাষৰীয়া লোকসকলে আচৰিত হʼব ৷ কর্মত মনোযোগ দিব, সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি বিশ্বাসী হৈ পৰিব ৷
কৰ্কট ৰাশি : কৰ্মজীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব। কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে। আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে। সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব। মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব।
সিংহ ৰাশি : আজি আপোনাৰ দিনটো খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ আপুনি সফল হʼব ৷
কন্যা ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ পৰক বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ।
তুলা ৰাশি : টকা-পইচা ৰাহি কৰিব পাৰিব। লক্ষ্যত সফল হʼব, লাভ হʼব। সৰু যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব। বন্ধুৰ লগত আৰু প্ৰেম সম্পর্ক লগত পার্টি হʼব পাৰে। সাঁতোৰা ভাল হʼব পাৰে।
বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
ধনু ৰাশি : নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখক, লক্ষ্যত সফল হ’ব। সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব। চিন্তা ধাৰাবোৰ আপোনাৰ প্ৰায় ভাল হʼব।
মকৰ ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি সফল হʼব ৷
কুম্ভ ৰাশি : অধিক খেল-ধেমালিৰ বাবে ঘৰুৱা সম্পর্কত প্ৰভাৱ পৰিব পাৰে। খং-ৰাগৰ পৰা সতৰ্ক হোৱা ভাল। তৰ্ক-বিতৰ্ক সাৱধান সুস্থিৰে কৰিব। ব্যৱসায়ত শুভ।
মীন ৰাশি : কৰ্ম-ব্যৱসায়ত মিশ্রিত খেলিমেলি হʼব পাৰে। হতাশ নহ’ব, ধৈৰ্যশীল হওক লাভবান হ’ব। বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে। শান্ত হৈ থাকি সকলো কৰ্ম সমাপন কৰাৰ চেষ্টা কৰিলে সুফল পাব।











