• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত কি হ’ব বাংলাদেশৰ? কোনে ল’ব শাসনৰ বাঘজৰী?

Nation NE by Nation NE
August 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত কি হ’ব বাংলাদেশৰ? কোনে ল’ব শাসনৰ বাঘজৰী?
Share on FacebookShare on TwitterWhatsApp

জনতাৰ প্ৰতিবাদৰ মাজতে সেনা বাহিনীৰ চাপত বাংলাদেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী হাছিনা শ্বেখে। শেহতীয়া খবৰমতে, দিল্লীৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিছে শ্বেখ হাছিনাই।

ইপিনে বাংলাদেশৰ প্ৰতিবাদকাৰীসকলে ধনমণ্ডি আৰু ঢাকাৰ আৱামী লীগৰ জিলা কাৰ্যালয়ত অগ্নিসংযোগ কৰে। ধনমণ্ডিৰ বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মাৰক সংগ্ৰহালয়তো লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে। আনহাতে একাংশ উত্তেজিত লোকে হিন্দু পৰিয়ালৰ লগতে মন্দিৰত আক্ৰমণ কৰিছে। হিংসাত্মক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত স্তব্ধ কৰি দিয়া হৈছে ৰেলসেৱা।

অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ জামান। বাংলাদেশ সেনা বাহিনীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে বৈঠক। এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ লগতে দেশৰ বিশিষ্ট নাগৰিককো আমন্ত্ৰণ জনোৱা হয়।

৪৮ ঘণ্টাৰ ভিতৰত বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ ঘোষণা সেনা প্ৰধানৰ। সংবাদ মাধ্যমক সম্বোধন কৰি আন্দোলনকাৰীসকলক উদ্দেশ্যি সেনা প্ৰধানৰ মন্তব্য, ‘‘আমি সকলো দায়িত্ব লৈছো। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব।’’ আন্দোলনকাৰীসকলক প্ৰতিবাদ, বিক্ষোভ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সেনা প্ৰধানগৰাকীয়ে।

সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰৰ জৰিয়তে বাংলাদেশত সকলো কামেই সম্পন্ন হ’ব। এই বিষয়ে দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে সেনাপ্ৰধান গৰাকীয়ে।

লগতে তেওঁ কয় যে, প্ৰতিটো হত্যাকাণ্ডৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব। সকলো মানুহৰ মতামত লৈ বাংলাদেশৰ নতুন চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰে সেনা প্ৰধানগৰাকীয়ে ।

অন্তৰ্ৱৰ্তীকালীন চৰকাৰত কোন কোন থাকিব?

অন্তৰ্ৱৰ্তীকালীন চৰকাৰত অন্তৰ্ভুক্ত কৰা হ’ব ১৮ জন লোকক। অন্তৱৰ্তীকালীন চৰকাৰত থাকিব বেংকিং, সংবাদক্ষেত্ৰ, অভিযন্তা, অধিবক্তাৰ লগতে শিক্ষাখণ্ডৰ সৈতে জড়িত লোক।

Tags: #AssamBangladeshBangladesh PMBangladesh PM Resgin

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025