• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খালিদা জিয়াৰ সৈতে ভাল সম্পৰ্ক নহয় ভাৰতৰ! প্ৰধানমন্ত্ৰী থাকোতে চাৰিবাৰ ভ্ৰমণ কৰিছিল পাকিস্তান; খালিদা প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে অশুভ লক্ষণ!

Nation NE by Nation NE
August 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
খালিদা জিয়াৰ সৈতে ভাল সম্পৰ্ক নহয় ভাৰতৰ! প্ৰধানমন্ত্ৰী থাকোতে চাৰিবাৰ ভ্ৰমণ কৰিছিল পাকিস্তান; খালিদা প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে অশুভ লক্ষণ!
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পিছত শাসনৰ বাঘজৰী সেনাই গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাই পদত্যাগ কৰি বৰ্তমান ভাৰতত আশ্ৰয় লৈছে।

ইয়াৰ মাজতে বাংলাদেশৰ শাসন চলাবলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালিদাক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে।

শ্বেখ হাছিনাৰ কাৰ্যকালত বহু সময় ধৰি বেগম খালিদা কাৰাবন্দী হৈ আছিল। খালিদা জিয়া বাংলাদেশৰ দুবাৰকৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁৰ দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি) সদায় ইছলামী মৌলবাদীসকলৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। এই মৌলবাদীসকলে সদায় পাকিস্তানৰ পক্ষত থকা বুলি কুচকাৱাজ হৈ আহিছিল।

আপুনি যদি বাংলাদেশৰ ভৌগোলিক ভূ-খণ্ডৰ প্ৰতি লক্ষ্য ৰাখে তেতিয়াহ’লে গম পোৱা যায় যে, বাংলাদেশখন ভাৰতৰ কোলাত বহি থকা যেন অনুভৱ হয়। উত্তৰ, পশ্চিম আৰু পূৱ অংশ ভাৰতৰ সৈতে সংযুক্ত হৈ আছে। ইয়াৰ দক্ষিণে বংগোপসাগৰ আছে।

দেশখনে ভাৰতৰ সৈতে চাৰি হাজাৰ কিলোমিটাৰতকৈও অধিক সীমান্ত ভাগ বতৰা কৰে। এনেদৰে যদি ভাৰতৰ কোলাত বহি থকা এখন দেশ ধ্বংস হয় বা তাত অস্থিৰতা থাকে তেন্তে নিশ্চিতভাৱে ভাৰতে চিন্তিত হোৱাৰ প্ৰয়োজন আছে।

বিএনপি আৰু ভাৰত

বিএনপি আৰু খালিদা জিয়াৰ শাসনকালত দেশখন সন্ত্ৰাসবাদীৰ দুৰ্গ হৈ পৰিছিল। বিএনপি এটা মৌলবাদী দল। শ্বেখ হাছিনাৰ নেতৃত্বত আৱামী লীগে ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক গাঁথনিত বিশ্বাস কৰে। এইকাৰণেই ভাৰতে বাংলাদেশৰ আৰম্ভণিৰ পৰা আৱামী লীগক অগ্ৰাধিকাৰ দিছে।

দুবাৰকৈ ভাৰত ভ্ৰমণ

খালিদা জিয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত দুবাৰ ভাৰত ভ্ৰমণ কৰিছিল। প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ ২৬-২৫ মে’ত ভাৰত ভ্ৰমণ কৰিছিল। দ্বিতীয়বাৰৰ বাবে ২০০৬ চনৰ ২০-২৬ মাৰ্চত ভাৰত ভ্ৰমণ কৰিছিল খালিদাই।

ইফালে, একেটা কাৰ্যকালতে তেওঁ চাৰিবাৰ পাকিস্তান আৰু দুবাৰ চীন ভ্ৰমণ কৰিছিল। তেওঁ চাৰিবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল যিয়ে কোটি কোটি বাংলাদেশীৰ জীৱন নৰক কৰি তুলিছিল। সেই পাকিস্তানীসকলৰ সৈতে যুঁজ দি বাংলাদেশ এখন পৃথক দেশ হৈ পৰিছিল।

সন্ত্ৰাসবাদ আৰু বাংলাদেশ

জামাত-উল-মুজাহিদীন বাংলাদেশৰ এটা মুখ্য সন্ত্ৰাসবাদী সংগঠন আছিল। ইয়াৰ বাহিৰেও আন বহুতো সংগঠন অঘোষিতভাৱে আছে যি জামাত-ই-ইছলামৰ বাবে কাম কৰে। কিন্তু উদ্বেগজনক কথাটো হ’ল জামাত আৰু বিএনপিয়ে পৰোক্ষভাৱে ভাৰতৰ উত্তৰ-পূৱত সক্ৰিয় সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰে।

এই সন্ত্ৰাসবাদী সংগঠনবোৰে বাংলাদেশত এটা সুৰক্ষিত আশ্ৰয় বিচাৰি পাইছে। তেওঁলোকে উত্তৰ-পূৱৰ পৰা ভাৰতলৈকে পশ্চিম বংগ আৰু বিহাৰৰ দৰে ৰাজ্যত সক্ৰিয় হৈ আছে।

আনহাতে, ২০১৮ চনত বিহাৰৰ বোধগয়াত সংঘটিত বিস্ফোৰণৰ ঘটনাত ধৰা পৰা সন্ত্ৰাসবাদীজনো বাংলাদেশৰ আছিল। ভাৰতত নিষিদ্ধ কৰা পিএফআইক বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহিদীনৰ সৈতে সম্পৰ্কিত কৰা হৈছে।

বোধগয়া বিস্ফোৰণ গোচৰত পাটনাৰ এন আই এ আদালতে এজন বাংলাদেশী নাগৰিক জাহিতুন ইছলাম ওৰফে কৌছাৰক দোষী সাব্যস্ত কৰে।

Tags: BangladeshBangladesh PMIndiaIndia-Bangladesh Relationship

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025