• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
25 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 9, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ১২ মে’ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত হ’ব বিজেপি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা চলাইছে বিজেপিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰৰ বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা।
  • পশ্চিমবংগৰ ৰাজনীতিৰ বাবে আজি ঐতিহাসিক দিন। আজি প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব এগৰাকী বিজেপি নেতাই। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’ব শুভেন্দু অধিকাৰীয়ে।কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব শপতগ্ৰহণ সমাৰোহ। শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহু নেতা।
  • দুগৰাকীকৈ কিশোৰীৰ সৈতে ৬৫ বছৰীয়া ব্যক্তিয়ে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ। টীয়কৰ চেনিজান ৰামপুৰ ভকত গাঁৱত জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ ৰাধেশ্যাম বাউৰিৰ বিৰুদ্ধে। যাৰ বাবে ৰাধেশ্যামৰ কুকৰ্মৰ বাবে এগৰাকী কিশোৰীয়ে শেষ কৰি দিয়ে নিজৰ জীৱন। দুই নাবালিকাই ঘৰৰ ওচৰৰ বাৰীত আম খাবলৈ যাওঁতে কুকাণ্ড কৰে ৰাধেশ্যামে।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত ৰাধেশ্যামক। এসপ্তাহৰ ভিতৰত পাষণ্ডটোক শাস্তি বিহিবলৈ দাবী স্থানীয় লোকৰ।
  • চৰকাৰ গঠন কৰিবলৈ গৈ শ’লঠেকত থালাপতি বিজয়। একাংশ বিধায়ক অন্তৰ্ধান হোৱাক লৈ শপতগ্ৰহণত অনিশ্চয়তা। হায়দৰাবাদ অভিমুখে ৰাওনা হৈছে কংগ্ৰেছৰ ৪ বিধায়ক। কংগ্ৰেছ বিধায়কে সমৰ্থন দিছিল কংগ্ৰেছ বিধায়ককেইজনে। যাৰ বাবে এতিয়াও মেজিক নম্বৰ গোটাব পৰা নাই TVK-এ।
  • বৰ্তমানৰ AI ৰ যুগত ফটোৰ অপব্যৱহাৰ ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে, আনকি VIPসকলো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ  এক অশ্লীল ডিপফেক ফটো ভাইৰেল হৈ পৰিছে।
Tags: Latest newsmorning newsnews update

Related Posts

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026
কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম
Top News

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

May 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 8, 2026

শীৰ্ষ সংবাদ

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025