• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 18, 2026
26 °c
Guwahati
28 ° Tue
29 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 18, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

শ্যামকানু, সিদ্ধাৰ্থৰ পাছত শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদন দাখিল। ফাষ্টট্ৰেক আদালতত জামিন বিচাৰি আবেদন শেখৰজ্যোতি গোস্বামীৰ। আজি শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি। শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই। হাফলং উপ-কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী।

আজি কেৰালামত নতুন চৰকাৰৰ শপতগ্ৰহণ। মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভি ডি সতীশনে। তিৰুৱন্তপুৰমৰ চেন্ট্রেল ষ্টেডিয়ামত হ’ব শপতগ্ৰহণ সমাৰোহ। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব শপতগ্ৰহণ সমাৰোহত। শপতগ্ৰহণ সমাৰোহৰ সাক্ষী হ’ব কেৰালামৰ এক লক্ষ জনতা। একদশকৰ পাছত কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰিব UDF-এ।

যাত্ৰীবাহী ৰে’লত ভয়ংকৰ ঘটনা। দপদপকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী ৰে’ল। ষ্টেচনত ৰখাই থোৱা অৱস্থাত জ্বলি উঠে সাসাৰাম-পাটনা যাত্ৰীবাহী ৰে’ল। দুৰ্ঘটনাৰ পাছতে উপস্থিত হয় উদ্ধাৰকাৰী দল। বিহাৰৰ ৰোহতাছ জিলাৰ সাসাৰাম ৰে’ল ষ্টেচনত সংঘটিত হয় এই দুৰ্ঘটনা।

মাজ আকাশতে ধ্বংস আমেৰিকাৰ দুখনকৈ যুঁজাৰু বিমান। জ্বলি উঠিল দুখন EA-18G গ্ৰ’লাৰ যুঁজাৰু বিমান। এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বিমান। আমেৰিকাৰ মাউন্টেইন হোম এয়াৰ ফৰ্চ বেছত অনুষ্ঠিত হৈছিল এয়াৰ শ্ব’।

Tags: Latest newsmorning newsnews update

Related Posts

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড
Top News

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

May 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 18, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পুনৰ বৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা…

May 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 17, 2026
আশ্চৰ্যকৰ! ১৯ বছৰ পৰ্যবেক্ষণৰ অন্তত ব্লেক হ’লত ৪৩৩ দিনৰ বিৰল পোহৰৰ চক্ৰ আৱিষ্কাৰ

শীৰ্ষ সংবাদ

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুনৰ বৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025