• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞানে জাৰি কৰিলে Yellow Alert

Nation NE by Nation NE
August 8, 2024
in Top News, অসম
0 0
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞানে জাৰি কৰিলে Yellow Alert

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিপদে লগ নেৰা হৈছে মহানগৰবাসীক। এক ভয়ানক পৰিবেশে গ্ৰাস কৰিছে মহানগৰীৰ বিস্তৃত অঞ্চল। এজাক বৰষুণতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত। মহানগৰীৰ প্ৰায়ভাগ অঞ্চলেই বৰ্তমান কৃত্ৰিম বানৰ কবলত।

বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। মহানগৰীৰ বাট-পথ বৰ্তমান কৃত্ৰিম বানৰ কবলত।

ৰাস্তাত পানী জমা হোৱাৰ বাবে সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। যাৰ বাবে মহানগৰবাসী তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে। সোমবাৰে অহা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই কৃত্ৰিম বানৰ ফলত ৰাস্তাতেই বহুসময় ধৰি আৱদ্ধ হৈ থাকিব লগা হৈছিল স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়ীসকল তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ সকলো লোক।

এনেধৰণৰ পৰিস্থিতিৰ মাজতেই বতৰ বিজ্ঞানে পুণৰ ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে। আগন্তুক ৪দিনৰ বাবে ৰাজ্যৰ ২৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দক্ষিণ শালমাৰা, ধুবুৰী, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, গোৱালপাৰা, ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট,কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, যোৰহাট, ধেমাজি, তিনিচুকীয়া আদি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Tags: #Assam#FloodRainTraffic

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025