• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, June 8, 2026
28 °c
Guwahati
29 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 8, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

আজিৰ পৰা আৰম্ভ হ’ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্রক্রিয়া। চাৰ্জফ্রেমৰ পাছতে ফাষ্টট্রেক আদালতত আৰম্ভ হ’ব বিচাৰ প্রক্রিয়া। প্রতিদিনে সাক্ষ্য গ্রহণ কৰিব আদালতে। মুঠ ৩৯৪ গৰাকী লোকে সাক্ষ্যদান কৰিব ফাষ্ট ট্রেক আদালতত।

ৰাজ্যত ভূঁইকঁপৰ জোকাৰণি। উৎপত্তি স্থল ভূটানৰ পুনাখাৰ পৰা ৫ কিলোমিটাৰ নিলগত। ভূটান, নেপাল, বাংলাদেশতো অনুভূত জোকাৰণি।৫.৬ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল ৰাজ্য! মুহূৰ্ততে সৃষ্টি আতংকময় পৰিস্থিতি।

অসমত পুনৰ অনা-অসমীয়াৰ দপ্দপনি।বিহাৰীৰ হাতত লাঞ্ছিত অসমৰ সন্তান।গুৱাহাটীত অসমীয়াৰ ওপৰত আক্ৰমণ বিহাৰীৰ বাহিনীৰ। ঘটনাৰ স্থান মহানগৰীৰ আৰ্য নগৰ।গুৱাহাটীত অসমীয়াৰ ওপৰত জঁপিয়াই পৰিল অনা-অসমীয়া। অসমতে অসমীয়াক ‘গো বেক’ ধ্বনি। আক্ৰমণকাৰীৰ অন্যতম আলোক ত্ৰিপাঠী। গুৱাহাটীৰ জিতেন্দ্ৰ শালৈক অনা-অসমীয়াই প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত গৰজি উঠিল অসমীয়া যুৱ মঞ্চ।

জয়পুৰৰ মালবিয়া নগৰত নুৰাণী মছজিদকে ধৰি চাৰিটা ধৰ্মীয় স্থানত প্ৰস্তাৱিত বুলডজাৰ কাৰ্যকলাপৰ বাবে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। জয়পুৰ উন্নয়ন কৰ্তৃপক্ষই পুৱা প্ৰায় ৭ বজাৰ পৰা ভাঙি পেলোৱা অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনে সমগ্ৰ অঞ্চলটো নিৰাপত্তাৰ আৱৰণত ৰাখি এই কাৰ্য্যৰ পূৰ্বে গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰিছে।

ইজৰাইল আৰু লেবাননৰ মাজত চলি থকা সংঘাত আৰু উত্তেজনাৰ মাজতে ৭ জুনত এক নতুন পৰিঘটনাৰ সৃষ্টি হয়। লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ চলালে ইজৰাইলৰ সেনাই। এই অঞ্চলটোক হিজবুল্লাহৰ দুৰ্গ বুলি গণ্য কৰা হয় আৰু ইয়াক দহিয়েহ নামেৰে জনা যায়। অৱশ্যে ১৬ এপ্ৰিলত আমেৰিকাৰ দালালিত যুদ্ধবিৰতিৰ পিছত বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত এইটোৱেই প্ৰথম আক্ৰমণ।

Tags: Latest newsmorning newsnews update

Related Posts

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী
Top News

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

June 8, 2026
দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…
Top News

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

June 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 8, 2026
‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…
Top News

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

June 7, 2026

শীৰ্ষ সংবাদ

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025