• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, June 8, 2026
28 °c
Guwahati
29 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

Nation NE by Nation NE
June 8, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…
Share on FacebookShare on TwitterWhatsApp

পশ্চিমবংগৰ হাওৰা জিলাত তৃণমূল কংগ্ৰেছৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। আৰক্ষীৰ পৰা হাত সাৰিবলৈ টিএমচিৰ নেতাজনে কাপোৰৰ দোকানৰ ষ্ট’ৰৰুমত দম দম শাড়ীৰ মাজত আত্মগোপন কৰে, যদিও সাৰি যোৱাত ব্যৰ্থ হয় আৰক্ষীৰ জালৰ পৰা। আৰক্ষীয়ে শাড়ীৰ বাণ্ডিলটো আঁতৰাই নেতাজনক গ্ৰেপ্তাৰ কৰে।

হাওৰাৰ উদয়নাৰায়ণপুৰ থানা এলেকাৰ বিলাসপুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। ধৃত লোকজন স্থানীয় তৃণমূল কংগ্ৰেছৰ নেতা ব্ৰহ্মানন্দ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দাসকলে তেওঁক চৰকাৰী গৃহ নিৰ্মাণ আঁচনিৰ ধনৰ পৰা “কৰ্তন কৰা ধনক” লৈ ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এজাহাৰৰ পিছতে ব্ৰহ্মানন্দৰ সন্ধানত উপস্থিত হয় আৰক্ষী।

গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ব্ৰহ্মানন্দ চক্ৰৱৰ্তীয়ে কাপোৰৰ দোকানৰ ভিতৰত শাড়ীৰ বৃহৎ দম এটাৰ তলত লুকাই আছিল। আৰক্ষীয়ে তালাচী চলাওঁতে সন্দেহজনক হৈ থকা শাড়ীৰ দমটো আঁতৰাই পেলায়। ব্ৰহ্মানন্দ চক্ৰৱৰ্তীক শাড়ীৰ দমৰ তলত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। সূত্ৰ অনুসৰি, ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পিছত সংঘটিত হোৱা ৰাজনৈতিক হিংসাৰ সৈতে জড়িত অভিযোগো ব্ৰহ্মানন্দ চক্ৰৱৰ্তীৰ সন্মুখীন হৈছে।

এই গোচৰত ব্ৰহ্মানন্দ চক্ৰৱৰ্তীকো বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষী বিষয়াসকলে জনোৱা মতে, স্থানীয় বাসিন্দাসকলৰ অভিযোগৰ ভিত্তিত ব্ৰহ্মানন্দ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কৰ্তন কৰা ধনৰ অভিযোগৰ তদন্ত চলি আছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত সংঘটিত হোৱা ৰাজনৈতিক হিংসাৰ সৈতে জড়িত সকলো অভিযোগৰ তদন্তও চলি আছে।

Tags: escapesareeTMC Leader

Related Posts

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী
Top News

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

June 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 8, 2026
‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…
Top News

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

June 7, 2026

শীৰ্ষ সংবাদ

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025