• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাল খবৰ! অহা বছৰৰ ভিতৰত ভাৰতলৈ আহিব ডেংগুৰ ভেকচিন

      Nation NE by Nation NE
      August 8, 2024
      in Top News
      0 0
      ভাল খবৰ! অহা বছৰৰ ভিতৰত ভাৰতলৈ আহিব ডেংগুৰ ভেকচিন

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মাইকী মহৰ দ্বাৰা বিয়পা ডেংগু ভাইৰাছৰ ভেকচিন অহা বছৰৰ ভিতৰত উপলব্ধ হ’ব ভাৰতত। ডেংগুৰ প্ৰতিষেধক ঔষধৰ বিষয়ে ইতিমধ্যেই তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবে ৰাজ্যসমূহৰ সৈতে ডেংগু সন্দৰ্ভত বৈঠকত মিলিত হৈছে।

      ভাৰতত চাৰিটা কোম্পানীয়ে ডেংগু ভেকচিনৰ পৰীক্ষা চলাই আছে। বজাৰত এই ভেকচিনৰ আগমনৰ লগে লগে মানুহে যথেষ্ট সকাহ পাব। এই ভেকচিন প্ৰৱৰ্তনৰ পিছত ডেংগু ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।

      এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সম্পাদক অপূৰ্ব চন্দ্ৰই ৰাজ্যসমূহৰ সৈতে হোৱা বৈঠকৰ অন্তত সদৰি কৰে। আৰু লগতে তেওঁ উল্লেখ কৰে যে যোৱা বছৰৰ তুলনাত চলিত বছৰত ডেংগু ৰোগীৰ সংখ্যা অধিক দেখা গৈছে।

      ডেংগু সন্দৰ্ভত ৰাজ্যসমূহলৈ জাৰি কৰা হৈছে নিৰ্দেশনা

      ডেংগু সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে বৈঠকত মিলিত হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে। এইবছৰ ডেংগু ৰোগীৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ বাবে গাইডলাইন জাৰি কৰা হৈছে।

      তেওঁ কয় যে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত ডেংগুৰ ৰোগীৰ সংখ্যা সৰ্বাধিক হয় । তেওঁ লগতে কয় যে প্লেটলেটৰ উপস্থিতি সন্দৰ্ভত সকলো ৰাজ্যৰ সৈতে আলোচনা কৰা হৈছে আৰু ২০০০ চনলৈকে ডেংগুৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩ শতাংশ আছিল আৰু বৰ্তমান ই ০.১ শতাংশ।

      যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে ডেংগু ৰোগী

      কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ সচিবগৰাকীয়ে কয় যে এইবাৰ ডেংগু ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান দক্ষিণ আৰু পশ্চিম ভাৰতত আক্ৰান্তৰ সংখ্যাও অনাকাংক্ষিতভাৱে বৃদ্ধি হৈছে। উত্তৰ ভাৰতত এতিয়ালৈকে ডেংগুত কোনো লোক আক্ৰান্ত হোৱা নাই। তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বৃদ্ধি পাইছে ডেংগু ৰোগী। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহলৈ গাইডলাইন জাৰি কৰা হৈছে।

      এই সন্দৰ্ভত সচিবগৰাকীয়ে কয় যে সকলো ৰাজ্যকে স্বাস্থ্য মন্ত্ৰালয়ে ডেংগু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। ডেংগু ৰোগ বিয়পাৰ আশংকা অক্টোবৰ মাহটোত অত্যাধিক পৰিমানে থাকে। সচৰাচৰ আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈকে ডেংগু আক্রান্তৰ সংখ্যা অত্যাধিক হয় আৰু নৱেম্বৰ মাহৰ পৰা এই ৰোগীৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে।

      Tags: DengueDengue VaccineVaccine

      Related Posts

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
      Top News

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      July 25, 2025
      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      July 25, 2025

      শীৰ্ষ সংবাদ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist