• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘যদি শত্ৰু পক্ষক সহায় কৰে’: শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতক সতৰ্কবাণী বিএনপিৰ

Nation NE by Nation NE
August 9, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘যদি শত্ৰু পক্ষক সহায় কৰে’: শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতক সতৰ্কবাণী বিএনপিৰ
Share on FacebookShare on TwitterWhatsApp

‘শ্বেখ হাছিনাক সহায় কৰি থাকিলে ভাৰতৰ সৈতে বাংলাদেশৰ পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰখাটো অসম্ভৱ হ’ব।’ শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰিছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ নেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই।

বিগত এমাহ ধৰি চাকৰিৰ সংৰক্ষণৰ বিৰোধিতাৰে বাংলাদেশত অব্যাহত আছে প্ৰতিবাদ। ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পদত্যাগ কৰি ভাৰতত আশ্ৰয় ল’বলগীয়া হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্বেখ হাছিনাই।

পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতে আশ্ৰয় দিয়াক লৈ ক্ষোভ উজাৰিলে দেশখনৰ একাংশ নেতাই।

শ্বেখ হাছিনাক সহায় কৰি থাকিলে ভাৰতৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখাটো অসম্ভৱ হ’ব বুলি একপ্ৰকাৰ সকীয়াই দিলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই।

BNP-ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গয়েশ্বৰ ৰয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত কয় যে তেওঁৰ দলে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সহযোগিতাৰ সমৰ্থন কৰে। কিন্তু শত্ৰুক সহায় কৰি থাকিলে ভাৰতৰ সৈতে পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰখাটো কঠিন হ’ব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে।

ইয়াৰ লগতে ভাৰতে পুনৰ শ্বেখ হাছিনাক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে বুলিও অভিযোগ তুলিছে নেতাগৰাকীয়ে।

সম্প্ৰতি ভাৰততে আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই। দেশখনৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে শ্বেখ হাছিনাৰ পুত্ৰ সজীব ৱাজেদৰ ডাঙৰ মন্তব্য। সজীব ৱাজেদৰ মতে, বাংলাদেশলৈ পুনৰ উভতি যাব শ্বেখ হাচিনা। যেতিয়াই দেশখনৰ নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব, তেতিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰই।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ আঁৰত পাকিস্তানৰ হাত আছে বুলিও অভিযোগ তুলিছে সজীব ৱাজেদে। ইয়াৰ লগতে শ্বেখ হাছিনাৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

আৱামী লীগক ভাৰতৰ সহযোগী বুলি আখ্যা দি ভাৰতক আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ জৰিয়তে দলটোৰ নেতাসকলৰ সুৰক্ষাৰ বাবে তেওঁ আহ্বান জনায়। লগতে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছক দেশখনত শান্তি বাহাল কৰাৰ বাবে দাবী জনায়।

Tags: BangladeshBNPIndiaKhaleda ZiaSheikh Hasina

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025