• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণহানি ৬১গৰাকীকৈ যাত্ৰীৰ

Nation NE by Nation NE
August 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণহানি ৬১গৰাকীকৈ যাত্ৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ব্ৰাজিলত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ব্ৰাজিলৰ চাও পাওলোত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত যাত্ৰী, চালক-কৰ্মচাৰীকে ধৰি মুঠ ৬২ গৰাকীকৈ লোক উপস্থিত আছিল। ইয়াৰে ৬১ গৰাকীকৈ লোকৰ প্ৰাণহানি হয়। কথমপি ১জন লোকৰ প্ৰাণ ৰক্ষা পৰে।

সম্প্ৰতি সকলো সংবাদ মাধ্যমতেই এই ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বিয়পি পৰিছে। এই ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে, এক তীব্ৰ গতিত এখন বিমান আকাশৰ পৰা নামি আহি হঠাতেই মাটিত খুন্দা মাৰে আৰু  তাৰ পাছতেই এক বৃহৎ বিস্ফোৰণ ঘটি বিমানখন নিমিষতে ধ্বংস হৈ যায়।

চিএনএনৰ প্ৰতিবেদন অনুসৰি, ব্ৰাজিলৰ আঞ্চলিক বিমানসংস্থা VOEPASSৰ 2283-PS-VPB নামৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান সংস্থাটোৰ বিবৃতি অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৫৮ গৰাকী যাত্ৰীৰ সৈতে ৪ জন ক্ৰু মেম্বাৰ উপস্থিত থাকে। আৱাসিক এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।

FLIGHTRADARৰ তথ্য অনুসৰি, স্থানীয় সময় অনুসৰি দুপৰীয়া ১:৩০ ত VOEPASS বিমানখন কাক্সাভেলৰ পৰা উৰা মাৰি চাও পাওলালৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে বৰ্তমানেও এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই।

Tags: brazilFlightSao Paulo

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025