• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

Nation NE by Nation NE
August 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক
Share on FacebookShare on TwitterWhatsApp

স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ৰজপথত জাতীয় পতাকা উন্মোচন কৰে। কিন্তু এই কথা বহুতৰে অজ্ঞাত যে, স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন বা উন্মোচন একে নহয়।

বৰ্তমান সময়ত সমগ্ৰ দেশতেই স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলি আছে। এই দিনটোৱে প্ৰতিজন ভাৰতীয়কেই এক নতুন আৰম্ভণিৰ কথা সোঁৱৰাই দিয়ে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতে ব্ৰিটিছ ঔপনিৱেশিকতাৰ কবলৰ পৰা মুক্ত হোৱাৰ পাছত দেশত এক নতুন যুগৰ আৰম্ভ হয়।

এই উপলক্ষ্যে গোটেই ভাৰতবৰ্ষতেই এই দিৱস উদযাপনৰ বাবে বিভিন্নধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰত্যেক বছৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু ২৬ জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজপথত জাতীয় পতাকা উন্মোচন কৰে।

২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ এই ভাৰতীয় ত্ৰিৰংগা উন্মোচন আৰু ১৫ আগষ্টৰ পতাকা উত্তোলনৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।

স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰাৰ আগতে পতাকাখন তলতেই সামৰি লৈ খুঁটাত বান্ধি লোৱা হয়। প্ৰধানমন্ত্ৰীয়ে যেতিয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ ৰচী টানি দিয়ে, তেতিয়া প্ৰথমে ত্ৰিৰংগাখন ওপৰলৈ উঠি যায় আৰু তাৰপাছত এই ৰচীৰ গাঁঠি খুলি দিয়া হয়। ইয়াকেই পতাকা উত্তোলন বা Flag Hoisting বুলি কোৱা হয়।

ইয়াৰ কাৰণ হৈছে,  ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেইদিনাখনেই চৰকাৰীভাৱে ব্ৰিটিছৰ পতাকা নমাই দেশৰ ত্ৰিৰংগাখন উত্তোলন কৰা হৈছিল। তেতিয়াৰ পৰাই পতাকা উত্তোলনৰ পদ্ধতি প্ৰচলিত হৈ আহিছে।

আনহাতে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসত পতাকাখন  ওপৰত সামৰি লৈ তাৰপাছত এই গাঁঠি খুলি দিয়া হয়। ইয়াক পতাকা উন্মোচন বা Flag Unfurling বুলি কোৱা হয়।

কেৱল লালকিল্লাতেই কিয় পতাকা উত্তোলন কৰা হয়?

ৰাজনীতিত প্ৰতীকৰ গুৰুত্ব অতি বেছি। এই কাৰণতে দেশৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে পতাকা উত্তোলনৰ বাবে লালকিল্লাৰ প্ৰাচীৰ বাচনি কৰি লৈছিল। দিল্লীত অৱস্থিত লালকিল্লাটো মোগল সম্ৰাট শ্বাহজাহানে নিজৰ ৰাজধানী শ্বাহজাহানাবাদৰ বাবে ৰাজপ্ৰসাদ হিচাপে নিৰ্মাণ কৰিছিল। এই দুৰ্গ আছিল শক্তিৰ প্ৰতীক। ১৬৩৮ চনৰ পৰা ১৬৪৮ চনৰ ভিতৰত ১০বছৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল।

Tags: Independence dayIndiaNational FlagRepublic Day

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025