• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলম্বোত টাকুৰী ঘূৰা দি নাচিলে অসমৰ ৰাংঢালী নাচনীয়ে; ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু নাচ প্ৰদৰ্শন

Nation NE by Nation NE
August 21, 2024
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কলম্বোত টাকুৰী ঘূৰা দি নাচিলে অসমৰ ৰাংঢালী নাচনীয়ে; ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু নাচ প্ৰদৰ্শন
Share on FacebookShare on TwitterWhatsApp

শ্ৰীলংকাৰ কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ কলম্বোত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আয়োজিত ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱত অসমৰ বিহুক মূল আকৰ্ষণ ৰূপে প্ৰদৰ্শন কৰা হয়।

ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদে মনোনীত কৰা লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত এটা বিহু দলে কলম্বো, গল, ৰত্নপুৰা আৰু ত্ৰিংকোমালীত বিহু পৰিবেশন কৰি ঢোল বাদন আৰু বিহু নৃত্যৰ সুন্দৰ পৰিবেশনেৰে শ্ৰীলংকাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ।

ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱৰ আয়োজন কৰা হয়।

২০২৪ চনৰ ১২ আগষ্টত কলম্বো বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক এইচ ডি কৰুণাৰাত্নেই দুয়োখন দেশৰ যুগ-যুগ ধৰি চলি অহা সম্পৰ্ক আৰু শৈক্ষিক বিনিময়ৰ বিষয়ে কয়।

ভাৰত-শ্ৰীলংকা মৈত্ৰী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান হিচাপে ভাৰতৰ উচ্চায়ুক্ত শ্ৰী সন্তোষ ঝাই শতিকা গৰকা কলম্বো পাব্লিক লাইব্ৰেৰীত “ভাৰত কোষ” মুকলি কৰে য’ত ভাৰতৰ ওপৰত আৰু ভাৰতীয় লেখকৰ নিৰ্বাচিত গ্ৰন্থ, শিল্পকৰ্ম আৰু সাংস্কৃতিক সম্পদ প্ৰদৰ্শিত কৰা হয়।

১৩ আগষ্টত বৌদ্ধ আৰু পালি বিশ্ববিদ্যালয়ত ভাৰত-শ্ৰীলংকা সম্পৰ্কৰ ওপৰত আলোচনাচক্ৰৰ লগতে “ইণ্ডিয়া ৰিইমেজিনড” শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় য’ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক নেলুৱে সুমানাৱানছা নায়ক থেৰ’ই হাজাৰ বছৰ পুৰণি দুয়োখন দেশৰ বৌদ্ধ ধৰ্মৰ ঐতিহ্যৰ বিষয়ে কয়।

১৪ আগষ্টত কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ত উপাচাৰ্য অধ্যাপক ৰোহন নেথছিংহেই বিহু নৃত্যৰ কৰ্মশালা উদ্বোধন কৰে য’ত ৰঞ্জিত গগৈৰ দলে কৰ্মশালাখন পৰিচালনা কৰে।

তিনিখন ভিন্ন বিশ্ববিদ্যালয়ৰ তিনিওটা কাৰ্যসূচীতে অধ্যাপক অংকুৰণ দত্তই ভাষণ প্ৰদান কৰে। আন এটা অনুষ্ঠানত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যাঞ্জল পাণ্ডেই কেন্দ্ৰত দেশ-বিভাজন স্মৃতি দিৱসৰ ওপৰত এখন প্ৰদৰ্শনী উদ্বোধন কৰে আৰু ১৯৪৭ চনত বিভাজনৰ ভুক্তভোগী সকলোকে শ্ৰদ্ধাঞ্জলি জনায়।

২০২৪ চনৰ ১৫ আগষ্ট তাৰিখে কলম্বোৰ ইণ্ডিয়া হাউচত পতাকা উত্তোলন অনুষ্ঠানত অসমৰ পৰা যোৱা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছৰ দলে বিহু নৃত্য প্ৰদৰ্শনৰ কৰে। ১৮৩ বছৰীয়া চহকী ইতিহাস থকা শ্ৰীলংকাৰ প্ৰতিষ্ঠিত বৌদ্ধ শিক্ষা অনুষ্ঠান পৰমাধম্মা চেথিয়া মহা পিৰিভেনাতো ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস অতি শ্ৰদ্ধাৰে উদযাপন কৰা হয়।

শিক্ষানুষ্ঠানটিৰ মুখ্য কাৰ্যবাহী ড০ মাইটিপে উইমালাছাৰা মহা থেৰাই ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰাচীন আৰু চিৰস্থায়ী সম্পৰ্কক আলোকপাত কৰি এক ভাষণ প্ৰদান কৰে। সঞ্চালক অধ্যাপক দত্তই প্ৰতিষ্ঠানটোত হিন্দী পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ লগতে অনুষ্ঠানৰ সময়ত এক মনোমোহা বিহু পৰিবেশন কৰা হয়।

Tags: #AssamBihuColomboInternational

Related Posts

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?
Top News

December 15, 2025
ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

শীৰ্ষ সংবাদ

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025