• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলম্বোত টাকুৰী ঘূৰা দি নাচিলে অসমৰ ৰাংঢালী নাচনীয়ে; ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু নাচ প্ৰদৰ্শন

Nation NE by Nation NE
August 21, 2024
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কলম্বোত টাকুৰী ঘূৰা দি নাচিলে অসমৰ ৰাংঢালী নাচনীয়ে; ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু নাচ প্ৰদৰ্শন
Share on FacebookShare on TwitterWhatsApp

শ্ৰীলংকাৰ কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ কলম্বোত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আয়োজিত ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱত অসমৰ বিহুক মূল আকৰ্ষণ ৰূপে প্ৰদৰ্শন কৰা হয়।

ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদে মনোনীত কৰা লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত এটা বিহু দলে কলম্বো, গল, ৰত্নপুৰা আৰু ত্ৰিংকোমালীত বিহু পৰিবেশন কৰি ঢোল বাদন আৰু বিহু নৃত্যৰ সুন্দৰ পৰিবেশনেৰে শ্ৰীলংকাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ।

ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱৰ আয়োজন কৰা হয়।

২০২৪ চনৰ ১২ আগষ্টত কলম্বো বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক এইচ ডি কৰুণাৰাত্নেই দুয়োখন দেশৰ যুগ-যুগ ধৰি চলি অহা সম্পৰ্ক আৰু শৈক্ষিক বিনিময়ৰ বিষয়ে কয়।

ভাৰত-শ্ৰীলংকা মৈত্ৰী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান হিচাপে ভাৰতৰ উচ্চায়ুক্ত শ্ৰী সন্তোষ ঝাই শতিকা গৰকা কলম্বো পাব্লিক লাইব্ৰেৰীত “ভাৰত কোষ” মুকলি কৰে য’ত ভাৰতৰ ওপৰত আৰু ভাৰতীয় লেখকৰ নিৰ্বাচিত গ্ৰন্থ, শিল্পকৰ্ম আৰু সাংস্কৃতিক সম্পদ প্ৰদৰ্শিত কৰা হয়।

১৩ আগষ্টত বৌদ্ধ আৰু পালি বিশ্ববিদ্যালয়ত ভাৰত-শ্ৰীলংকা সম্পৰ্কৰ ওপৰত আলোচনাচক্ৰৰ লগতে “ইণ্ডিয়া ৰিইমেজিনড” শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় য’ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক নেলুৱে সুমানাৱানছা নায়ক থেৰ’ই হাজাৰ বছৰ পুৰণি দুয়োখন দেশৰ বৌদ্ধ ধৰ্মৰ ঐতিহ্যৰ বিষয়ে কয়।

১৪ আগষ্টত কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ত উপাচাৰ্য অধ্যাপক ৰোহন নেথছিংহেই বিহু নৃত্যৰ কৰ্মশালা উদ্বোধন কৰে য’ত ৰঞ্জিত গগৈৰ দলে কৰ্মশালাখন পৰিচালনা কৰে।

তিনিখন ভিন্ন বিশ্ববিদ্যালয়ৰ তিনিওটা কাৰ্যসূচীতে অধ্যাপক অংকুৰণ দত্তই ভাষণ প্ৰদান কৰে। আন এটা অনুষ্ঠানত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যাঞ্জল পাণ্ডেই কেন্দ্ৰত দেশ-বিভাজন স্মৃতি দিৱসৰ ওপৰত এখন প্ৰদৰ্শনী উদ্বোধন কৰে আৰু ১৯৪৭ চনত বিভাজনৰ ভুক্তভোগী সকলোকে শ্ৰদ্ধাঞ্জলি জনায়।

২০২৪ চনৰ ১৫ আগষ্ট তাৰিখে কলম্বোৰ ইণ্ডিয়া হাউচত পতাকা উত্তোলন অনুষ্ঠানত অসমৰ পৰা যোৱা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছৰ দলে বিহু নৃত্য প্ৰদৰ্শনৰ কৰে। ১৮৩ বছৰীয়া চহকী ইতিহাস থকা শ্ৰীলংকাৰ প্ৰতিষ্ঠিত বৌদ্ধ শিক্ষা অনুষ্ঠান পৰমাধম্মা চেথিয়া মহা পিৰিভেনাতো ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস অতি শ্ৰদ্ধাৰে উদযাপন কৰা হয়।

শিক্ষানুষ্ঠানটিৰ মুখ্য কাৰ্যবাহী ড০ মাইটিপে উইমালাছাৰা মহা থেৰাই ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰাচীন আৰু চিৰস্থায়ী সম্পৰ্কক আলোকপাত কৰি এক ভাষণ প্ৰদান কৰে। সঞ্চালক অধ্যাপক দত্তই প্ৰতিষ্ঠানটোত হিন্দী পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ লগতে অনুষ্ঠানৰ সময়ত এক মনোমোহা বিহু পৰিবেশন কৰা হয়।

Tags: #AssamBihuColomboInternational

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025