• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
31 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ধিং কাণ্ডক লৈ উত্তাল সমগ্ৰ ৰাজ্য; দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ লোক

      Nation NE by Nation NE
      August 23, 2024
      in Top News, BIG BREAKING, অসম
      0 0
      ধিং কাণ্ডক লৈ উত্তাল সমগ্ৰ ৰাজ্য; দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ লোক
      Share on FacebookShare on TwitterWhatsApp

      কলিকতা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক নিৰ্লজ্জ তথা নৃশংস ঘটনা সংঘটিত হৈছে অসমত। নগাঁও জিলাৰ ধিঙত তিনিজন নৰপিশাচে এগৰাকী কিশোৰীৰ সৈতে সংঘটিত কৰা অমানৱীয় কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ মানৱ জাতিক।

      জীৱশ্ৰেষ্ঠ মানুহৰ এনে পাশবিক ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অতি শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

      মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। ইয়াৰ সমান্তৰালকৈ ঘটনাৰ বুজ ল’বলৈ উপস্থিত হৈছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা।

      ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰে বিয়লি টিউচন কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় জঘন্য ঘটনাটো। তিনি নৰপিশাচে কিশোৰী গৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰি এক নিজান স্থানত মূমুৰ্ষ অৱস্থাত পেলাই থৈ যায়।

      এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে প্ৰত্যক্ষ কৰে স্থানীয় লোকে। কিন্তু কিশোৰী গৰাকীৰ অসহনীয় শাৰীৰিক অৱস্থা দেখি ততাতৈয়াকে ধিং এফ আৰ ইউ চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

      ইফালে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। কিশোৰী গৰাকীৰ ন্যায় বিচাৰি ধিং আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ ঘোষণা কৰে সমগ্ৰ ধিং অঞ্চল। ছাত্ৰ সন্থাৰ ঘোষণাৰ পিছতে শুকুৰবাৰে বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বৃহত্তৰ ধিং অঞ্চলত।

      শিক্ষানুষ্ঠান, ব্যৱসায়-বাণিজ্য সকলো পৰিহাৰ কৰি সকলোৱে একেলগে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্যসূচীত। দিনজোৰা কাৰ্যসূচীৰে ধিং অঞ্চলৰ হাজাৰ-হাজাৰ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সমবেত হৈ প্ৰতিবাদী শ্লোগানেৰে কঁপাই তোলে ধিঙৰ আকাশ বতাহ।

      ইয়াৰ সমান্তৰালকৈ একেমুখে ধিক্কাৰ জনাই আৰক্ষী প্ৰশাসনক। দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে।

      তীব্ৰ প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰী শৰ্মাই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। ইতিমধ্যে এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে।

      Tags: Assam PoliceDhingEncounterNagaonNagaon Police

      Related Posts

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025
      শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু
      Top News

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      July 22, 2025
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

      শীৰ্ষ সংবাদ

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist