• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধিং কাণ্ডক লৈ উত্তাল সমগ্ৰ ৰাজ্য; দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ লোক

Nation NE by Nation NE
August 23, 2024
in Top News, BIG BREAKING, অসম
0 0
ধিং কাণ্ডক লৈ উত্তাল সমগ্ৰ ৰাজ্য; দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ লোক
Share on FacebookShare on TwitterWhatsApp

কলিকতা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক নিৰ্লজ্জ তথা নৃশংস ঘটনা সংঘটিত হৈছে অসমত। নগাঁও জিলাৰ ধিঙত তিনিজন নৰপিশাচে এগৰাকী কিশোৰীৰ সৈতে সংঘটিত কৰা অমানৱীয় কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ মানৱ জাতিক।

জীৱশ্ৰেষ্ঠ মানুহৰ এনে পাশবিক ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অতি শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। ইয়াৰ সমান্তৰালকৈ ঘটনাৰ বুজ ল’বলৈ উপস্থিত হৈছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা।

ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰে বিয়লি টিউচন কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় জঘন্য ঘটনাটো। তিনি নৰপিশাচে কিশোৰী গৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰি এক নিজান স্থানত মূমুৰ্ষ অৱস্থাত পেলাই থৈ যায়।

এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে প্ৰত্যক্ষ কৰে স্থানীয় লোকে। কিন্তু কিশোৰী গৰাকীৰ অসহনীয় শাৰীৰিক অৱস্থা দেখি ততাতৈয়াকে ধিং এফ আৰ ইউ চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ইফালে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। কিশোৰী গৰাকীৰ ন্যায় বিচাৰি ধিং আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ ঘোষণা কৰে সমগ্ৰ ধিং অঞ্চল। ছাত্ৰ সন্থাৰ ঘোষণাৰ পিছতে শুকুৰবাৰে বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বৃহত্তৰ ধিং অঞ্চলত।

শিক্ষানুষ্ঠান, ব্যৱসায়-বাণিজ্য সকলো পৰিহাৰ কৰি সকলোৱে একেলগে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্যসূচীত। দিনজোৰা কাৰ্যসূচীৰে ধিং অঞ্চলৰ হাজাৰ-হাজাৰ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সমবেত হৈ প্ৰতিবাদী শ্লোগানেৰে কঁপাই তোলে ধিঙৰ আকাশ বতাহ।

ইয়াৰ সমান্তৰালকৈ একেমুখে ধিক্কাৰ জনাই আৰক্ষী প্ৰশাসনক। দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে।

তীব্ৰ প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰী শৰ্মাই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। ইতিমধ্যে এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে।

Tags: Assam PoliceDhingEncounterNagaonNagaon Police

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025