• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অধ্যক্ষ পদত অধিষ্ঠিত হ’বলগীয়া জয় শ্বাহে ICC-ৰ পৰা কিমান পাব দৰমহা? জানক সকলো…

Nation NE by Nation NE
August 28, 2024
in Top News, ক্ৰীড়া
0 0
অধ্যক্ষ পদত অধিষ্ঠিত হ’বলগীয়া জয় শ্বাহে ICC-ৰ পৰা কিমান পাব দৰমহা? জানক সকলো…
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিৰ অধ্যক্ষ পদত অধিষ্ঠিত হ’ব বৰ্তমানৰ বিচিচিআইৰ সচিব জয় শ্বাহ। ৩৫ বছৰীয়া জয় শ্বাহে চলিত বছৰৰ অন্তিমটো মাহৰ প্ৰথমটো তাৰিখত নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।

এই সৰ্বোচ্চ সংস্থাটোৰ মুৰব্বী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে আই চি চিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে মাহেকত কিমান দৰমহা লাভ কৰিব।

আই চি চিৰ অধ্যক্ষ হিচাপে কিমান পৰিমাণৰ দৰমহা পাব তাৰ বিষয়ে জনাৰ পূৰ্বে আমি জানিব লাগিব বি চি চি আইৰ পদত অধিষ্ঠিত হৈ থাকোতে কিমান পৰিমাণৰ ধনৰাশি লাভ কৰিছিল।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত অধ্যক্ষ, সচিব, উপ-সভাপতি আৰু কোষাধ্যক্ষৰ পদবোৰ ‘সন্মানীয়’ পদৰ অধীনত আহে। এই পদসমূহত কাম কৰা লোকসকলৰ কোনো নিৰ্দিষ্ট দৰমহা নাই।

এই গুৰুত্বপূৰ্ণ পদসমূহত কাম কৰা লোকসকলে ব’ৰ্ডৰ হৈ কাম কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খৰচ লাভ কৰে। কাম কৰাৰ সময়ত বিভিন্ন ধৰণৰ ভাট্টা আৰু খৰচ দিয়া হয়।

গুৰুত্বপূৰ্ণ পদত থকা লোকসকলে আই চি চিৰ যিকোনো বৈঠক বা ভাৰতীয় দলৰ কোনো কামৰ বাবে বিদেশ ভ্ৰমণ কৰে তেন্তে তেওঁলোকক প্ৰতিদিনে ১০০০ ডলাৰ (প্ৰায় ৮২ হাজাৰ ভাৰতীয় টকা) লাভ কৰে।

কেৱল এয়াই নহয়, যেতিয়া ‘সন্মানীয়’ বিষয়াসকলে ভ্ৰমণ কৰে, তেন্তে ব’ৰ্ডে যাত্ৰাৰ সময়ত তেওঁলোকৰ আৰাম আৰু সুবিধাৰ যত্নও লয়। বিমানযোগে যাত্ৰা কৰাৰ সময়ত তেওঁলোকক সদায় প্ৰথম শ্ৰেণীৰ সুবিধা প্ৰদান কৰা হয়।

বিদেশ ভ্ৰমণৰ দৰে দেশৰ বিভিন্ন প্ৰান্তত অংশ ল’বলৈ যোৱাৰ সময়তো তেওঁলোকক প্ৰতিদিনে ৪০ হাজাৰ টকা ভাট্টা দিয়া হয়। ইয়াৰ লগতে বিজনেছ ক্লাছত ভ্ৰমণ কৰাৰ সুবিধাও প্ৰদান কৰা হয়।

ইয়াৰ উপৰি যদি বৈঠকৰ উপৰি আন কোনো কামৰ সৈতে জড়িত হৈ এখন চহৰৰ পৰা আন এখন চহৰলৈ যাত্ৰা কৰে তেন্তে ভাট্টা হিচাপে প্ৰতিদিনে ৩০ হাজাৰ টকা পায়। ইয়াত হোটেল বুকিং কৰিলে সকলো খৰচ ব’ৰ্ডে বহন কৰে।

অৰ্থাত এই সন্মানীয় পদত অধিষ্ঠিত হৈ থকা লোকসকলে নিৰ্ধাৰিত কোনো দৰমহা লাভ নকৰে, বৰঞ্চ তেওঁলোকক ভাট্টা আৰু বিভিন্ন খৰচ প্ৰদান কৰা হয়।

একেদৰে আই চি চিতো ‘মান্য’ পদত অধিষ্ঠিত লোকৰ কোনো নিৰ্দিষ্ট দৰমহা নাথাকে। বৰঞ্চ ভ্ৰমণ, বৈঠক আদিৰ ভাট্টা আৰু খৰচ দিয়া হয়।

কিন্তু আজিলৈকে আই চি চিয়ে নিজৰ বিষয়াসকলক ভ্ৰমণ, বৈঠক বা অন্যান্য সা-সুবিধাৰ বাবে কিমান ধন প্ৰদান কৰে সেই কথা প্ৰকাশ কৰা নাই।

Tags: #BCCIICCICC ChairmanInternational CricketJay ShahSalary

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025