• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৭ দিনৰ ভিতৰত শিৱসাগৰৰ প্ৰতিখন দোকানত লগাব লাগিব অসমীয়া ভাষাৰ নাম ফলক

Nation NE by Nation NE
August 28, 2024
in Top News, BIG BREAKING, অসম
0 0
৭ দিনৰ ভিতৰত শিৱসাগৰৰ প্ৰতিখন দোকানত লগাব লাগিব অসমীয়া ভাষাৰ নাম ফলক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এতিয়াৰে পৰা শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাৰ নাম ফলক। আজি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে শিৱসাগৰ পৌৰসভাই।

শিৱসাগৰ চহৰত এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণ কৰাক লৈ আৰম্ভ হোৱা প্ৰতিবাদৰ পিছতেই শিৱসাগৰ প্ৰশাসনক ১০টা দাবী জনাইছিল ৩০ জাতীয় দল-সংগঠনে।

দল-সংগঠনে আৰম্ভ কৰা বহিৰাগত বিৰোধী আন্দোলনৰ দহ দাবীৰ ভিতৰত অন্যতম দাবী আছিল শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ নাম ফলকৰ ব্যৱহাৰ।

শিৱসাগৰৰ দোকান, ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাত নাম ফলক লিখাটো বাধ্যতামূলক কৰিলে শিৱসাগৰ পৌৰসভাই। অসমীয়া ভাষাত নামফলক লিখিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিছে শিৱসাগৰ পৌৰসভাই।

শিৱসাগৰ পৌৰসভাই আজি জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ কৰে, ‘পৌৰ এলেকাৰ ১ নং ৱাৰ্ডৰ পৰা ১৪ নং ৱাৰ্ডলৈকে থকা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠনৰ গৰাকীসকলক তেওঁলোকৰ দোকানৰ সন্মুখত আঁৰা নাম ফলকসমূহ সাত দিনৰ ভিতৰত অসমীয়া ভাষাত লিখি প্ৰত্যেক দোকান বা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত লগাবৰ বাবে নিৰ্দেশ দিয়া হ’ল’।

ইয়াৰ উপৰি অসমীয়া ভাষাত লিখিবলগীয়া নাম ফলক সমূহৰ আৰ্হি পৌৰসভাই দিয়া চানেকী অনুসৰি হোৱাটো বাধ্যতামূলক বুলিও জাননীখনত উল্লেখ কৰে।

Tags: Assamese Name PlateShopSivasagarSivasagar Police

Related Posts

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

শীৰ্ষ সংবাদ

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025