• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৭ দিনৰ ভিতৰত শিৱসাগৰৰ প্ৰতিখন দোকানত লগাব লাগিব অসমীয়া ভাষাৰ নাম ফলক

Nation NE by Nation NE
August 28, 2024
in Top News, BIG BREAKING, অসম
0 0
৭ দিনৰ ভিতৰত শিৱসাগৰৰ প্ৰতিখন দোকানত লগাব লাগিব অসমীয়া ভাষাৰ নাম ফলক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এতিয়াৰে পৰা শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাৰ নাম ফলক। আজি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে শিৱসাগৰ পৌৰসভাই।

শিৱসাগৰ চহৰত এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণ কৰাক লৈ আৰম্ভ হোৱা প্ৰতিবাদৰ পিছতেই শিৱসাগৰ প্ৰশাসনক ১০টা দাবী জনাইছিল ৩০ জাতীয় দল-সংগঠনে।

দল-সংগঠনে আৰম্ভ কৰা বহিৰাগত বিৰোধী আন্দোলনৰ দহ দাবীৰ ভিতৰত অন্যতম দাবী আছিল শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ নাম ফলকৰ ব্যৱহাৰ।

শিৱসাগৰৰ দোকান, ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাত নাম ফলক লিখাটো বাধ্যতামূলক কৰিলে শিৱসাগৰ পৌৰসভাই। অসমীয়া ভাষাত নামফলক লিখিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিছে শিৱসাগৰ পৌৰসভাই।

শিৱসাগৰ পৌৰসভাই আজি জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ কৰে, ‘পৌৰ এলেকাৰ ১ নং ৱাৰ্ডৰ পৰা ১৪ নং ৱাৰ্ডলৈকে থকা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠনৰ গৰাকীসকলক তেওঁলোকৰ দোকানৰ সন্মুখত আঁৰা নাম ফলকসমূহ সাত দিনৰ ভিতৰত অসমীয়া ভাষাত লিখি প্ৰত্যেক দোকান বা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত লগাবৰ বাবে নিৰ্দেশ দিয়া হ’ল’।

ইয়াৰ উপৰি অসমীয়া ভাষাত লিখিবলগীয়া নাম ফলক সমূহৰ আৰ্হি পৌৰসভাই দিয়া চানেকী অনুসৰি হোৱাটো বাধ্যতামূলক বুলিও জাননীখনত উল্লেখ কৰে।

Tags: Assamese Name PlateShopSivasagarSivasagar Police

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025