• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মিছন ২০৪৭: তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচী সন্দৰ্ভত দিল্লীত ৫ ঘণ্টীয়া বৈঠক

      Nation NE by Nation NE
      August 29, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      মিছন ২০৪৭: তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচী সন্দৰ্ভত দিল্লীত ৫ ঘণ্টীয়া বৈঠক
      Share on FacebookShare on TwitterWhatsApp

      ২৮ আগষ্ট, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদৰ এখন বৈঠকত মহিলাৰ সমস্যা আৰু নীতি ৰূপায়ণৰ বিষয়ে আলোচনা কৰে। দিল্লীৰ সুষমা স্বৰাজ ভৱনত ৫ ঘণ্টা ধৰি চলি থকা বৈঠকত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচীত হোৱা অগ্ৰগতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।

      পশ্চিম বংগ, মহাৰাষ্ট্ৰ আৰু দেশৰ বিভিন্ন অংশত মহিলাৰ ওপৰত সংঘটিত অত্যাচাৰৰ ঘটনাৰ পটভূমিত এই বৈঠক অনুষ্ঠিত কৰা হয়।

      এই বৈঠকত মহিলা, দৰিদ্ৰ লোক, যুৱ আৰু কৃষকসকলৰ বিকাশৰ বাবে ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত বিভিন্ন চৰকাৰী বিভাগৰ সচিবসকলেও অংশগ্ৰহণ কৰে। এই বৈঠকৰ মুল লক্ষ্য আছিল নতুন আন্তঃগাঁথনি প্ৰকল্পকে ধৰি চৰকাৰ শাসনলৈ অহাৰ পিছত লোৱা নতুন আঁচনি আৰু নীতিগত সিদ্ধান্তৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বিয়পোৱা।

      ১০০ দিনৰ কাৰ্যসূচীৰ ওপৰত আলোচনা

      মন্ত্ৰী পৰিষদৰ এই বৈঠকত মিছন-২০৪৭ ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সংকল্প লয় যে, দেশখন উন্নত কৰিব লাগিব আৰু আমি সকলোৱে দ্ৰুত গতিত আগবাঢ়িব লাগিব। ইয়াৰ লগতে তেওঁ অহা ১০০ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ কল্যাণমূলক আঁচনিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আৰু ইয়াৰ বাবে এক পথ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ কয়।

      এই বৈঠকত উন্নয়নৰ পৰিকল্পনাৰ ওপৰত বিতং আলোচনা অনুষ্ঠিত হয়। “উন্নত ভাৰত ২০৪৭” ৰ লক্ষ্য প্ৰাপ্তিৰ ওপৰতো বিশেষ আলোচনা কৰা হৈছিল।

      বৈঠকত সামাজিক, ডিজিটেল আৰু কাৰিকৰী বিষয়ৰ সৈতে সম্পৰ্কিত মন্ত্ৰালয়সমূহৰ ওপৰত গুৰুত্ব সম্পৰ্কত প্ৰজেক্ট উপস্থাপন কৰা হয়।

      প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰাইজৰ হকে কাম কৰাৰ অৰ্থে ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰা হৈছে, সেয়েহে পৰৱৰ্তী ৫ বছৰৰ বাবে দেশৰ বিকাশৰ বাবে নিৰন্তৰ কষ্ট কৰিব লাগিব। এই বৈঠকত আন্তঃগাঁথনি, স্বাস্থ্য আৰু শিক্ষা আৰু বিগত ৮৫ দিনত কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আলোচনা কৰা হয়।

      ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ‘মাৰ নামত এজোপা গছ’ নামৰ প্ৰচাৰ অভিযান আৰু পৰিচ্ছন্নতা অভিযানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে।

      ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য

      আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদী চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নতুন ৰে’ললাইন, বন্দৰ, বিমানবন্দৰ আৰু ঔদ্যোগিক স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে ২.৩০ লাখ টকাৰ অধিক মূল্যৰ প্ৰকল্পত অনুমোদন জনাইছে।

      মোদী চৰকাৰে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে নিৰন্তৰ উন্নয়নৰ ওপৰত কাম কৰি আছে লগতে চৰকাৰে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিছে।

      Tags: Modi GovernmentNarendra ModiPrime Minister

      Related Posts

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ
      Top News

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      July 23, 2025
      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ
      Top News

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      July 23, 2025
      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক
      Top News

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      July 23, 2025
      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…
      Top News

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      July 23, 2025

      শীৰ্ষ সংবাদ

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP