• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টকাৰ খক! ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়া জোখেশ্বৰ মৰাণ

৪০ হাজাৰ টকা উৎকোচ লওতে আটক লাট মণ্ডল

Nation NE by Nation NE
August 29, 2024
in Top News, অসম
0 0
টকাৰ খক! ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়া জোখেশ্বৰ মৰাণ

আটক হোৱা লাটমণ্ডল জোখেশ্বৰ মৰাণ।

Share on FacebookShare on TwitterWhatsApp

অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ আন এক সফল অভিযান। ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ পিছতো যেন একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে এনে ধৰণৰ দুৰ্নীতি পৰায়ন কাম কৰিবলৈ। যাৰ পৰিপ্ৰেক্ষিতত পুনৰ পোহৰলৈ আহিল অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ আন এক সফল অভিযান।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ ডুমডমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ঘোচ লোৱাৰ ঘটনা পোহৰলৈ আহিছে। চৰকাৰ তথা প্ৰশাসনক কেৰেপ নকৰাকৈ দীৰ্ঘদিনে চলাই গৈছিল ঘোচৰ নামত অবাধ বেহা।

উৎকোচ নিদিলেই কোনো কাম নকৰাৰ অভিযোগ লাট মণ্ডল জোখেশ্বৰ মৰাণৰ বিৰুদ্ধে। এক প্ৰকাৰে যেন অৰাজকতাৰে ভৰি পৰিছিল ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়। কিন্তু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত সামৰণি পৰিল জোখেশ্বৰৰ ক’লা অধ্যায়।

শেহতীয়াকৈ এগৰাকী মহিলাৰ পৰা ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ অপচেষ্টা চলাইছিল লাট মণ্ডল জোখেশ্বৰে। পিছে ১৫ হাজাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে।

কাৰ্যালয়টোৰ অন্য বিষয়াসকলকো লজ্জিত কৰি হাত দাঙিবলৈ বাধ্য হ’ল জোখেশ্বৰ মৰাণ। ইতিমধ্যে জোখেশ্বৰক নগদ ধনসহ আটক কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাই।

Tags: #AssamAssam PoliceDirectorate of vigilance and anti-corruptionDoomdoomaLat Mondol

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025