• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুজৰাটত ভয়ংকৰ বানপানী: গভীৰ পানীলৈ নামি গ’ল ৰবীন্দ্ৰ জাদেজাৰ পত্নী

Nation NE by Nation NE
August 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
গুজৰাটত ভয়ংকৰ বানপানী:  গভীৰ পানীলৈ নামি গ’ল  ৰবীন্দ্ৰ জাদেজাৰ পত্নী
Share on FacebookShare on TwitterWhatsApp

বিগত ৫ দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্য বৰ্তমান বানপানীৰ কবলত পৰিছে।

গুজৰাটত বৰ্তমান পৰিস্থিতি ইমানেই অচল হৈ গৈছে যে, বহুতো অঞ্চলত ১০ ৰ পৰা ১২ ফুট পানী প্ৰৱেশ কৰিছে। বৰ্তমানলৈকে বিভিন্ন বানপীড়িত এলেকাত ২০ৰো অধিক লোকৰ মৃত্যু হৈছে। ২৩ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে।

উদ্ধাৰৰ অভিযানৰ বাবে সেনাৰ সহায় লোৱা হৈছে। ইফালে, ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী পানীত ডুব যোৱাৰ এখন ফটোও পোহৰলৈ আহিছে।বৃহস্পতিবাৰে গুজৰাটত ধাৰাসাৰ বৰষুণ অব্যাহত আছিল। স্বাভাৱিক জীৱন ব্যাহত হৈছে আৰু নিম্ন অঞ্চলবোৰ বানপানীত প্লাবিত হৈছে। এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হৈছে।

বানপীড়িত অঞ্চলসমূহৰ পৰা প্ৰায় ২৩ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে আৰু সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। আনকি বদোদৰাত বৰষুণ বন্ধ হোৱাৰ পিছতো, চহৰখনৰ মাজেৰে বৈ যোৱা বিশ্বমিত্ৰী নদীয়ে ইয়াৰ পাৰ ভাঙি আৱাসিক এলেকাত প্ৰৱেশ কৰে, যাৰ ফলত অট্টালিকা, ৰাস্তা আৰু বাহন আদি পানীৰ কবলত পৰে।

গুজৰাটৰ এই পৰিস্থিতিৰ বুজ লবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে সংযোগ কৰে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলো সম্ভৱপৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে।

বুধবাৰে, দেৱভূমি দ্বাৰকা, জামনগৰ, ৰাজকোট আৰু পোৰবন্দৰৰ দৰে জিলাসমূহত সন্ধিয়া ৬ বজাত সমাপ্ত হোৱা ১২ ঘণ্টাৰ ব্যৱধানত ৫০ মি.মিৰ পৰা ২০০ মি.মি লৈকে বৰষুণ হৈছিল। দেৱভূমি দ্বাৰকা জিলাৰ ভানৱদ তালুকাত এই সময়ছোৱাত সৰ্বাধিক ১৮৫ মি.মি বৰষুণ হৈছিল।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে, গুজৰাটৰ বিভিন্ন স্থানত অত্যন্ত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে।  ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) য়ে ভদোদৰা চহৰত আৱদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে, বিষয়াসকলে কয়।

বাতৰি অনুসৰি, বৰ্তমানলৈকে বদোদৰাত ৫ হাজাৰতকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে আৰু ১,২০০ জনক উদ্ধাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে বদোদৰাত উদ্ধাৰ আৰু সাহায্য অভিযানত প্ৰশাসনক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)ৰ ৫টা অতিৰিক্ত দল মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে।NDRF আৰু SDRFৰ উপৰিও ভাৰতীয় বায়ু সেনা আৰু উপকূলৰক্ষী বাহিনীয়ে বৰষুণ বিধ্বস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছিল, য’ত ইতিমধ্যে প্ৰায় ১৭,৮০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু ২,০০০ লোকক উদ্ধাৰ কৰা হৈছে।

ইফালে, ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী তথা জামনগৰ উত্তৰৰ বিজেপি বিধায়ক ৰিভাবা জাদেজাও বৰষুণত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ ওলাই আহে। ৰিভাবা জাদেজাই, বুধবাৰে বানপানীপীড়িত অঞ্চল পৰিদৰ্শন কৰে আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। ৰিভাবা জাদেজাই ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত, তেওঁক গভীৰ পানীৰ মাজত নামি যোৱা দেখা গৈছিল।

Tags: #FloodGujrat GovernmentIndian

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025