• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়াৱহ বান পৰিস্থিতি; দুই ৰাজ্যলৈ কোটি টকাৰ আৰ্থিক সাহায্য অভিনেতা জুনিয়ৰ এন টি আৰৰ

Nation NE by Nation NE
September 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়াৱহ বান পৰিস্থিতি; দুই ৰাজ্যলৈ কোটি টকাৰ আৰ্থিক সাহায্য অভিনেতা জুনিয়ৰ এন টি আৰৰ
Share on FacebookShare on TwitterWhatsApp

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানত দুয়োখন ৰাজ্যৰ কমেও ১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।

এই অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা জুনিয়ৰ এন টি আৰে দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০-৫০ লাখকৈ টকা আগবঢ়াইছে।

অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে এটা পোষ্টত কয়, ‘শেহতীয়াকৈ দুখন তেলেগু ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানপানীয়ে মোক গভীৰভাৱে চিন্তিত কৰি তুলিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেলেগুবাসীয়ে এই দুৰ্যোগৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰে। মোৰ ফালৰ পৰা মই মুখ্যমন্ৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাকৈ অনুদান ঘোষণা কৰিছো’।

উল্লেখ্য যে শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দুয়োখন ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে প্ৰায় ১৯ গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে বহু সম্পত্তি বিনষ্ট হোৱাৰ খবৰ আহিছে।

Tags: #FloodAndhra PradeshFlood ReliefJr NTRTelanganaTelugu Actor

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025