• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এতিয়া আৰু চিন্তা নাই; ৩৫ টকাত লাভ কৰিব ১ কিলোগ্ৰাম পিয়াজ

Nation NE by Nation NE
September 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এতিয়া আৰু চিন্তা নাই; ৩৫ টকাত লাভ কৰিব ১ কিলোগ্ৰাম পিয়াজ
Share on FacebookShare on TwitterWhatsApp

পিয়াজৰ দামৰ পৰা আপুনি অতিষ্ঠ হৈছে নেকি? যদি হৈছে তেতিয়াহলে এতিয়াৰে পৰাই চিন্তাৰ কোনো কাৰণ নাই। কিয়নো প্ৰতিকিলোগ্ৰাম পিয়াজ আপুনি পাব ৩৫ টকাত।

কেন্দ্ৰীয় চৰকাৰে ৰাজ সাহায্যপ্ৰাপ্ত হাৰত পিয়াজ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে, ৩৫ টকাত পিয়াজ ক্ৰয় কৰিবলৈ হ’লে আপুনি বাস কৰিব লাগিব দেশৰ ৰাজধানী দিল্লীত। দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কেন্দ্ৰীয় চৰকাৰে ৩৫ টকা দামত পিয়াজ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজধানী দিল্লীত ৬০ টকা হোৱা পিয়াজৰ মূল্যত অতিষ্ঠ হৈছিল সাধাৰণ জনতা। জনতাৰ দাবীক স্বীকৃতি প্ৰদান কৰি চৰকাৰে ৰাজসাহায্যত পিয়াজ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে, তেওঁলোকে বৃহস্পতিবাৰৰ পৰাই দিল্লী-এনচিআৰত পিয়াজ বিক্ৰী কৰিব। উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ বাবে এনচিচিএফ আৰু নাফেদক নিৰ্দেশ প্ৰদান কৰিছে। এই চৰকাৰী গোটে সাধাৰণ ৰাইজক প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিয়াজ প্ৰদান কৰিব।

নাফেড আৰু এনচিচিএফৰ কাম

চৰকাৰী সংস্থা নাফেদ আৰু এনচিচিএফ দুয়োটাই চৰকাৰৰ হৈ সস্তীয়া মূল্যত সাধাৰণ ৰাইজৰ মাজত খাদ্য সামগ্ৰী উপলব্ধ কৰাৰ বাবে কাম কৰে। এই প্ৰতিষ্ঠানবোৰে কেন্দ্ৰীয় ভাণ্ডাৰ ভ্ৰাম্যমাণ ভেন আৰু অন্যান্য উপায়েৰে ৰেহাই মূল্যত জনসাধাৰণৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে কাম কৰে।

চৰকাৰে সস্তীয়া ময়দা, মাহজাতীয় শস্য, চাউল বিক্ৰী

বৰ্তমান চৰকাৰে মুদ্ৰাস্ফীতিৰ পৰা সাধাৰণ লোকসকলক সুৰক্ষিত কৰিবলৈ আটা, মাহজাতীয় শস্য আৰু চাউল বিক্ৰী কৰে। চৰকাৰে বিগত বছৰত ‘ইণ্ডিয়া’ ব্ৰেণ্ড নামৰ অধীনত ময়দা, মাহজাতীয় শস্য আৰু চাউল মুকলি কৰিছিল।

Tags: #Assam#DelhiIndiaOnion Price

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025