• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে কি হ’ব পাৰে ?

স্বাস্থ্য ৰক্ষাত সজাগতা

Nation NE by Nation NE
September 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে কি হ’ব পাৰে ?
Share on FacebookShare on TwitterWhatsApp

ক্ৰিয়েটিনিন বৃদ্ধি পোৱা মানেই মানৱ শৰীৰৰ বাবে এক চিন্তাৰ বিষয়। বৃক্কৰ ওপৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰে। চিকিৎসা বিশেষজ্ঞ সকলৰ মতে ক্ৰিয়েটিনিন বৃদ্ধি পোৱাৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ক্ৰিয়েটিনিন হৈছে তেজ আৰু প্ৰসাৱত থকা বৰ্জনীয় পদাৰ্থ। বৃক্কৰ বৰ্জনীয় পদাৰ্থ সমূহ প্ৰসাৱৰ জৰিয়তে শৰীৰৰ বাহিৰলৈ ওলাই যায়। ক্ৰিয়েটিনিন বৃদ্ধি পালে বৃক্কই সঠিক ভাবে কাম কৰিব নোৱাৰা হয়। দীৰ্ঘ সময় ধৰি শৰীৰত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি থাকিলে মানুহৰ বৃক্কৰ ক্ৰিয়া বন্ধ হ’ব পাৰে, শৰীৰত দুৰ্বলতা আৰু বৃক্কত পাথৰ আদিৰ দৰে সমস্যা হ’ব পাৰে।

শৰীৰত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়িলে মানুহৰ মাংসপেশীৰ বিষ, হাত ভৰি ফুলা, বুকুৰ অনিয়ন্ত্ৰিত স্পন্দন আৰু দুৰ্বল হোৱা আদিৰ দৰে লক্ষণে দেখা দিব পাৰে। ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়িলে কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত ঘনাই ভোক লগা , পিয়াহ লগা আদি লক্ষণেও দেখা দিব পাৰে। ইয়াৰ উপৰিও কেতিয়াবা ঘনাই প্ৰসাৱ কৰিব লগাৰ দৰে লক্ষণো দেখা যায়।

ক্ৰিয়েটিনিন বৃদ্ধি পালে উশাহ নিশাহ লোৱাটো কষ্ট অনুভৱ হ’ব পাৰে। লগতে মূৰ ঘুৰোৱা, মূৰৰ বিষ , নাকেৰে তেজ ওলোৱা আদিৰ দৰে সমস্যাও কিছু ক্ষেত্ৰত দেখা যায়। শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে ভাগৰ লগা, ভৰি জিনজিনোৱা আৰু বমিৰ ভাব অহাৰ দৰেও অনুভৱ হ’ব পাৰে।

এনে লক্ষণ সমূহ চকুত পৰিলে ইয়াক অৱহেলা কৰা উচিত নহয়।

Tags: HealthHealth BenefitsHealthy life

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025