• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 21, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৃত লোকৰ নামত লাভ কৰিছে ১৪৫ কোটি টকাৰ পেঞ্চন; তদন্তত ওলাল জোলোঙাৰ মেকুৰী

Nation NE by Nation NE
September 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মৃত লোকৰ নামত লাভ কৰিছে ১৪৫ কোটি টকাৰ পেঞ্চন; তদন্তত ওলাল জোলোঙাৰ মেকুৰী
Share on FacebookShare on TwitterWhatsApp

চৰকাৰী ধন পাবলৈ প্ৰতিজন ব্যক্তিৰ হেঁপাহ থাকে। যাৰবাবে চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন আঁচনিৰ লাভালাভ উঠাবলৈ সাধাৰণ জনতাই চেষ্টা কৰে।

চৰকাৰে আঁচনিসমূহৰ জৰিয়তে যোগ্য ব্যক্তিসকলক পেঞ্চন বা অন্য সুবিধাসমূহ দিবলৈ চেষ্টা কৰে। অৱশ্যে, পঞ্জাৱত এক জৰীপৰ জৰিয়তে কেইবালাভ লোকে ভুৱাকৈ পেঞ্চন লাভ কৰি আছে বুলি এক তথ্যত প্ৰকাশ পাইছে।

পঞ্জাৱ চৰকাৰে ২.৪৪ লাখ হিতাধিকাৰীৰ পৰা পেঞ্চন আঁচনিৰ অধীনত ১৪৫.৭৩ কোটি টকা উদ্ধাৰ কৰিছে। যিসকলে লোকে পেঞ্চন লাভ কৰি আছিল তেওঁলোকৰ সৰহভাগ লোক অযোগ্য বা তেওঁলোকৰ বহু ব্যক্তি বৰ্তমান জীৱিত নহয় বুলি তথ্যত প্ৰকাশ পাইছে।

পঞ্জাৱৰ সামাজিক সুৰক্ষা, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী ড০ বলজিৎ কৌৰে চৰকাৰৰ এই পদক্ষেপক যুগান্তৰকাৰী পদক্ষেপ আখ্যা দিছে।

পঞ্জাৱ চৰকাৰে এই বিত্তীয় বৰ্ষত (২০২৪-২৫) পেঞ্চন আঁচনিৰ অধীনত মুঠ ২,৫০৫.৫২ কোটি টকা ৩৩.৫৮ লাখ হিতাধিকাৰীক বিতৰণ কৰিছে। এই আঁচনিৰ অধীনত বৃদ্ধ, বিধৱা, নিৰ্ভৰশীল শিশু আৰু বিশেষভাৱে সক্ষম লোকক প্ৰতি মাহে ১,৫০০ টকাৰ পেঞ্চন দিয়া হয়।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰায় ১.২৩ লাখ হিতাধিকাৰীৰ নামত পেঞ্চন জাৰী কৰা হৈছিল। একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত, ১.০৭ লাখ হিতাধিকাৰী মৃত অৱস্থাত পোৱা গৈছিল।

২০২৪-২৫ বৰ্ষত (২০২৪ চনৰ জুলাই লৈকে) ১৪,১৬০ জন হিতাধিকাৰীৰ পৰা ২৬.৫৯ কোটি টকা উদ্ধাৰ কৰা হৈছে।

চৰকাৰৰ কঠোৰ স্থিতি

চৰকাৰে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পেঞ্চন আঁচনিয়ে বৃদ্ধ, বিধৱা, নিৰ্ভৰশীল শিশু আৰু বিশেষভাৱে সক্ষমলোকৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে যোগ্য হিতাধিকাৰীয়ে পেঞ্চনৰ লাভালাভ পোৱাটো জুৰুৰী।

Tags: assasmIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 21, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 20, 2025
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা
Top News

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

December 19, 2025
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025