• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অ’লা ৰাইড বাতিল কৰাৰ বাবে শাৰীৰিক নিৰ্যাতনৰ বলি হয় এগৰাকী মহিলা

বুকিং বাতিল কৰাৰ বাবে এগৰাকী মহিলাক শাৰীৰিকভাৱে প্ৰহাৰ কৰে এজন অটোচালকে

Nation NE by Nation NE
September 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অ’লা ৰাইড বাতিল কৰাৰ বাবে শাৰীৰিক নিৰ্যাতনৰ বলি হয় এগৰাকী মহিলা
Share on FacebookShare on TwitterWhatsApp

এই ঘটনা সংঘটিত হয় কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত।  এজন অটো চালকে বুকিং বাতিল কৰাৰ বাবে এগৰাকী মহিলাক শাৰিৰীক তথা মানসিকভাৱে অপদস্থ কৰে।

বুকিং বাতিল কৰাৰ বাবে, অটো চালকজন ইমানেই অগ্নিশৰ্মা উঠে যে, তেওঁ মহিলাগৰাকীৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰে। আনকি তেওঁক মহিলাগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰো কৰে। অটো চালকজনৰ এই আচৰণৰ দ্বাৰা ভুক্তভোগী মহিলাগৰাকী হতবাক হৈ পৰে।

ভুক্তভোগী মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰে। লগতে তেওঁ এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে আৰু নিজকে চহৰখনত অসুৰক্ষিত বুলি দাবী কৰে।

অটো চালকজনৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। এই ভিডিঅ’ত, দেখিবলৈ পোৱা মতে, অটো চালকজনে মহিলাগৰাকীৰ সৈতে আক্ৰমণাত্মকভাৱে তৰ্ক-বিতৰ্কত লিপ্ত হয়। আনকি তেওঁ মহিলাগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে তেওঁৰ মোবাইল ফোনো কাঢ়ি নিবলৈ চেষ্টা কৰে।

তৰ্কৰ সময়ত, যেতিয়া যুৱতীগৰাকীয়ে অটো চালকজনক সোধে যে, তেওঁ কিয় চিঞৰি আছে, তেতিয়া তেওঁ অটোখন নিজৰ দেউতাকৰ নেকি বুলি ওলোটাই প্ৰশ্ন কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ কৰে। পশ্চিম বেংগালুৰুৰ ডিচিপিৰ মতে, অভিযুক্ত অটোচালকজনক মুথুৰাজক মাগাদি ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে তেওঁৰ ওপৰত উচিত আইনী ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, এই ঘটনাটোৰ ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি ভুক্তভোগীয়ে লিখে যে, বেংগালুৰুত তেওঁ অটো বুকিং বাতিল কৰাৰ বাবে এজন অটো চালকৰ দ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে তীব্ৰ নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হয়। মহিলাগৰাকীয়ে অটো চালকজনৰ বিৰুদ্ধে অ’লা কোম্পানীতো অভিযোগ দাখিল কৰে।

Tags: BangaloreOLASouth India

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025