• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আচৰিত কাণ্ড! শিশুক হুইস্কি মিহলাই খুৱালে আইচক্ৰীম

Nation NE by Nation NE
September 7, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আচৰিত কাণ্ড! শিশুক হুইস্কি মিহলাই খুৱালে আইচক্ৰীম
Share on FacebookShare on TwitterWhatsApp

যদিও বয়স ভেদে সকলো লোকে আইচক্ৰীম খাবলৈ ভাল পায়, কিন্তু শিশুৱে আইচক্ৰীম খাই খুব ভাল পায়। এনে ক্ষেত্ৰত, তেলেংগানাৰ হায়দৰাবাদৰ জুবিলি হিলছৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে,  য’ত আইচক্ৰীমত সুৰা মিহলি কৰি প্ৰস্তুত কৰা হৈছিল। পিছে কিয় এনেদৰে সুৰা মিহলি আইচক্ৰীম প্ৰস্তুত কৰা হৈছিল, জানো আহক।

বৰ্তমান, এই আইচক্ৰীমৰ সৰ্বাধিক বিক্ৰীৰ বাবে ফেচবুকত প্ৰচাৰ কৰা হৈছিল। যিসকলে এই আইচক্ৰীম কিনি খাইছিল, তেওঁলোকৰ কোনো ধাৰণা নাছিল যে,  আইচক্ৰীমত হুইস্কি মিহলি কৰা হৈছে।

আইচক্ৰীমত হুইস্কিৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত, বিষয়াসকলৰ এটা দলে তালাচী চলাবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ পৰা ২৩ কাৰ্টন হুইস্কি আইচক্ৰীম জব্দ কৰে। কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰে আৰু আইচক্ৰীম তৈয়াৰ কৰা লোকসকলক গ্ৰেপ্তাৰ কৰে।

আইচক্ৰীম তৈয়াৰ কৰা দোকানখন শৰৎ চন্দ্ৰ ৰেড্ডী নামৰ  ব্যক্তি এজনৰ বুলি জানিব পৰা গৈছে। এই দোকানৰ পৰা ১১ কিলোগ্ৰাম হুইস্কি কাৰ্টন জব্দ কৰা হৈছিল। এই হুইস্কি আইচক্ৰীমৰ সৈতে মিহলি বিক্ৰী কৰা হৈছিল।যিটো এটা মাৰাত্মক অপৰাধ। এই আইচক্ৰীমটো এৰিকো কেফেত বিক্ৰী কৰা হৈছিল। বহুতো লোকে এই আইচক্ৰীম পাৰ্লাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

আইচক্ৰীমত হুইস্কি মিহলি কৰাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাৰ পিছত, শিশুসকলৰ লগতে অভিভাৱকসকল অতি শংকিত আৰু আচৰিত হয়। যিসকলে শিশুৰ জীৱনৰ সৈতে খেলে, তেওঁলোকক সতৰ্ক কৰি দিয়া হয়।এইক্ষেত্ৰত, বিষয়াসকলে কয় যে, এনে কাৰ্যৰ লগত জড়িত লোকসকল দোষী সাৱ্যস্ত হ’লে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Tags: HealthIce-CreamMedicine

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025