• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰ্ধিত তাপত বৃদ্ধি মস্তিষ্কৰ ৰক্তক্ষৰণ! জানক ইয়াৰ বিষয়ে সবিশেষ

Nation NE by Nation NE
September 8, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বৰ্ধিত তাপত বৃদ্ধি মস্তিষ্কৰ ৰক্তক্ষৰণ! জানক ইয়াৰ বিষয়ে সবিশেষ
Share on FacebookShare on TwitterWhatsApp

মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছে এক বিপদজনক ৰোগ। যদি ইয়াক সময়মতে চিকিৎসা কৰা নহয়, তেন্তে ৰোগীজনৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে। বিগত কেইটামান দিনৰ পৰা, চিকিৎসালয়সমূহত মস্তিষ্কৰ ৰক্তক্ষৰণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে।

দেশৰ বিভিন্ন অঞ্চলত বৰ্তমান তীব্ৰ গৰম অনুভুত হৈছে। উৎকত গৰমৰ ফলত সাধাৰণ জনতা বিভিন্ন ৰোগৰ ভুক্তভোগী হৈ পৰিছে। বৰ্তমান সময়ত চিকিৎসালয় সমূহত বহুকেইটা মস্তিষ্কৰ ৰক্তক্ষৰণৰ ঘটনা প্ৰতিবেদিত হৈছে। ইয়াকে দেখি চিকিৎসকসকলো যথেষ্ট সতৰ্ক হৈছে।

দিল্লীৰ এইমছ, চফদৰজংকে ধৰি বহুতো চিকিৎসালয়ত এনে ধৰণৰ বহুতো ঘটনা সংঘটিত হৈছে। সাধাৰণতে, গ্ৰীষ্মকালত মস্তিষ্কৰ ৰক্তক্ষৰণৰ ঘটনা বিৰল, কিন্তু চিকিৎসকে কয় যে, উচ্চ তাপ আৰু তাপমাত্ৰাৰ হঠাৎ পৰিৱৰ্তনৰ ফলত,বহুতো লোক মস্তিষ্কৰ ৰক্তক্ষৰণৰ ভুক্তভোগী হ’ব পাৰে।

গ্ৰীষ্মকালত,  সূৰ্যৰ তীব্ৰ পোহৰ আৰু তাৰ পিছত হঠাতে গৈ শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ থকা কোঠাত বহিলে মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকা বৃদ্ধি হয়। উষ্ণতা হঠাৎ বৃদ্ধি আৰু হ্ৰাসৰ ফলত মস্তিষ্কৰ ৰক্ত সঞ্চালনত প্ৰভাৱিত হয়, যাৰ ফলত ৰক্তক্ষৰণ হয়। মস্তিষ্কৰ ৰক্তক্ষৰণ হোৱা কিছুমান ৰোগীক ভেণ্টিলেটৰত ৰাখিব লগা অৱস্থা হয়।

এই ৰোগৰ লক্ষণ

চফদৰজং চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দীপক সুমনে কয় যে, বৰ্তমান দেশত গৰমৰ মাত্ৰা অতি তীব্ৰতৰ হৈছে। বাহ্যিক গৰমৰ পৰা যেতিয়া কোনো লোকে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ সংস্পৰ্শলৈ যায়, তেতিয়া হঠাতে শৰীৰটো প্ৰায় ৫০ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰাৰ পৰা ২০ ৰ পৰা ২৫ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰালৈ যায়।

এনে পৰিস্থিতিত, মগজুৰ কাৰ্যত বিভ্ৰান্তিৰ সৃষ্টি হয়। মগজুৱে উষ্ণতাৰ এনে আকস্মিক পৰিৱৰ্তনৰ সৈতে খাপ খোৱাব নোৱাৰে। ইয়াৰ উপৰি মগজুৱে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনো পোৱাৰ পৰা বিৰত থাকে। অক্সিজেনৰ অভাৱত, মগজুৰ স্নায়ু ক্ষতিগ্ৰস্ত হয়  লগতে মগজুত থকা স্নায়ুবোৰ বিস্ফোৰিত হয়। যাৰ বাবে, মগজুত ৰক্তক্ষৰণ আৰম্ভ হয়। যদি এনে ৰোগীক উচিত সময়ত চিকিৎসা কৰা নহয়, তেন্তে ৰোগীৰ মৃত্যুও হ’ব পাৰে।

লক্ষণবোৰ কি?

  • হঠাতে অতি তীব্ৰ মুৰৰ বিষ হোৱা
  • মুখমণ্ডল জঠৰ হোৱা
  • কথা কোৱাত সমস্যা
  • খোজ কঢ়াত সমস্যা

কেনেদৰে ইয়াৰ পৰা পাব পৰিত্ৰাণ?

উচ্চ ৰক্তচাপ, ধূম্ৰপান বা হৃদৰোগত আক্ৰান্ত লোকসকলৰ মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকা অধিক। এনে লোকে গ্ৰীষ্মকালত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে। এনে লোকসকলে সূৰ্যৰ পোহৰৰ পৰা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ সংস্পৰ্শলৈ যোৱাৰ আগতে নিজৰ শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক কৰি লব লাগে। যাৰ ফলত মগজুৰ তাপমাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে লগতে মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকাও কমি থাকে।

Tags: Brain HemorrhageHealth BenefitMedical Science

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025