• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 10, 2025
33 °c
Guwahati
33 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…

    শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

    অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

    ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক…

    এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

      Nation NE by Nation NE
      September 10, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      ভাৰতত মাংকিপক্স বা এমপক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, বিদেশৰ পৰা উভতি অহা এজন ব্যক্তিৰ ক্ষেত্ৰত এমপক্সৰ এই লক্ষণসমূহ পোৱা গৈছে। ৰোগীগৰাকীক বৰ্তমান এখন চিকিৎসালয়ৰ পৃথকীকৰণ ৱাৰ্ডত ৰখা হৈছে। মন্ত্ৰালয়ে  সন্দেহযুক্ত বৰ্তমান এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধানত আছে।

      ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰইও এই গোটেই ঘটনাটো চোৱা-চিতা কৰি আছে। বিশ্ব স্বাস্থ্য সংস্থাই ১৪ আগষ্টত মাংকিপক্সক বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল। এই মাঙ্কিপক্সনো কি, ই ক’ৰ পৰা আহিছিল, এই ৰোগ কেনেকৈ বিয়পে তাৰ বিষয়ে জানো আহক-

      প্ৰশ্ন: মাংকিপক্স কি? (এমপক্সৰ মাঙ্কিপক্স কি)

      উত্তৰ: মাংকিপক্স হৈছে এক সংক্ৰমিত ৰোগ, যি এমপক্স ভাইৰাছৰ জৰিয়তে বিয়পে। প্ৰখ্যাত ভাইৰোলজিষ্ট আৰু বি আৰ আম্বেদকাৰ চেণ্টাৰ ফ’ৰ বায়োমেডিকেল ৰিচাৰ্ছৰ সঞ্চালক, ডা: সুনীত সিঙে জানিবলৈ দিয়ে যে, মাঙ্কিপক্স হৈছে এবিধ ভাইৰাছ, ই স্মলপক্স (সৰু আই) বা একে ধৰণৰ ভাইৰাছৰ অন্তৰ্গত। কিন্তু ই স্মলপক্সতকৈ কিছু কম ক্ষতিকাৰক।

      প্ৰশ্ন: মাংকিপক্স ক’ৰ পৰা আহিছিল?

      উত্তৰ: ১৯৭০ চনত আফ্ৰিকাৰ কঙ্গোত প্ৰথমবাৰৰ বাবে মাংকিপক্সত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছিল। তাৰ পিছত, ৯০ ৰ দশকলৈ, ই আফ্ৰিকাৰ সকলো দেশলৈ বিয়পি পৰে। ২০২২ চনত, এই ভাইৰাছে ইউৰোপৰ পৰা আমেৰিকালৈ বিয়পি এক বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

      প্ৰশ্ন: মাংকিপক্সৰ কিমানটা প্ৰকাৰ আছে?

      উত্তৰ: মাংকিপক্সৰ দুটা মুখ্য প্ৰকাৰ পোৱা গৈছে। প্ৰথমটো হৈছে ‘ক্লেড-১’, যিটো মধ্য আফ্ৰিকাৰ দেশবোৰত পোৱা গৈছিল। ই হৈছে আটাইতকৈ মাৰাত্মক আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত প্ৰায় ১০% লোকৰ মৃত্যু হৈছে। দ্বিতীয়টো হৈছে ‘ক্লেড-২’, যি কিছু পৰিমানে কম ক্ষতিকাৰক। বেছিভাগ দেশত মাংকিপক্সৰ এইবিধ প্ৰকাৰ দ্ৰুতগতিত বিয়পিছে। এই ৰোগত আক্ৰান্ত প্ৰায় ৯৯.৯% লোক আৰোগ্য হয়।

      প্ৰশ্ন: মাংকিপক্সৰ লক্ষণবোৰ কি?

      উত্তৰ: মাংকিপক্সৰ লক্ষণবোৰ ভাইৰেল জ্বৰৰ দৰে। প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত আছে-মুৰৰ বিষ, জ্বৰ, পেশীৰ বিষ, ঠাণ্ডা আৰু অৱসাদ। দুইৰ পৰা তিনি দিনৰ পিছত, শৰীৰত পেটৰ বিষ, ডিঙি ফুলা আৰু দাগ আদিয়ে দেখা দিয়ে। কেইদিনমানৰ পিছত, শৰীৰত ডাঙৰ ফোঁহা সদৃশ চোকোৰা ওলায়। বিশেষকৈ যৌনাঙ্গত পানীযুক্ত চোকোৰা আৰু ফোঁহা হয়।

      প্ৰশ্ন: মাংকিপক্স কেনেদৰে বিয়পে?

      উত্তৰ: মাংকিপক্স হৈছে এক জুনোটিক ৰোগ। ইয়াৰ অৰ্থ হৈছে যে, ই জীৱ-জন্তুৰ পৰা মানুহ  দেহলৈ আৰু মানুহৰ পৰা জীৱ-জন্তুলৈ বিয়পিব পাৰে। একেদৰে, ই মানুহৰ পৰা মানুহলৈও বিয়পিব পাৰে।

      প্ৰশ্ন: মাংকিপক্সৰ আশংকা কাৰ আছে?

      উত্তৰ: ডা: সুনীত সিঙে কয় যে, যদি এজন ব্যক্তি মাংকিপক্সত আক্ৰান্ত ৰোগীয়ে যদি কোনো সাধাৰণ ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেওঁলোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। এই ভাইৰাছৰ আশংকা বিশেষকৈ  সমকামী লোকৰ মাজত আৰু একাধিক সঙ্গী থকা লোকৰ মাজত বিয়পে। এই ভাইৰাছবিধ ছাল, শ্বাসনলীৰ জৰিয়তে সংক্ৰমিত হয়। ই নাক আৰু মুখেৰে শৰীৰত প্ৰৱেশ কৰে। ৰোগীক স্পৰ্শ কৰা, তেওঁৰ বিচনা, কাপোৰ আৰু টাৱেল ব্যৱহাৰ কৰাৰ ফলতো মাংকিপক্স হ’ব পাৰে।

      প্ৰশ্ন: মাংকিপক্সৰ চিকিৎসা কি?

      উত্তৰ: মাংকিপক্স ভেকছিন বজাৰত উপলব্ধ। ২০২২ চনত, যেতিয়া ভাইৰাছবিধ ইউৰোপ, আমেৰিকাকে ধৰি কিছু কিছু দেশত বিয়পি পৰিছিল, তেতিয়া  ইয়াক টিকাকৰণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হৈছিল।

      Tags: Health BenefitsHealthy lifeMonkey Pox

      Related Posts

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      May 9, 2025
      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      May 9, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      May 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      May 9, 2025
      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?
      Top News

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      May 8, 2025
      ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল PSL মেচ; বাকী খেলসমূহ অনুষ্ঠিত হ’ব…
      Top News

      ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল PSL মেচ; বাকী খেলসমূহ অনুষ্ঠিত হ’ব…

      May 8, 2025

      শীৰ্ষ সংবাদ

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল PSL মেচ; বাকী খেলসমূহ অনুষ্ঠিত হ’ব…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -

        No Result
        View All Result
        • অসম
        • উত্তৰ পূৱ
        • ৰাষ্ট্ৰীয়
        • আন্তঃ ৰাষ্ট্ৰীয়
        • বিনোদন
        • ক্ৰীড়া
        • ভিডিও

        © 2024 | Created and maintained by - Provibe Media LLP