• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
27 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

Nation NE by Nation NE
September 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতত মাংকিপক্স বা এমপক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, বিদেশৰ পৰা উভতি অহা এজন ব্যক্তিৰ ক্ষেত্ৰত এমপক্সৰ এই লক্ষণসমূহ পোৱা গৈছে। ৰোগীগৰাকীক বৰ্তমান এখন চিকিৎসালয়ৰ পৃথকীকৰণ ৱাৰ্ডত ৰখা হৈছে। মন্ত্ৰালয়ে  সন্দেহযুক্ত বৰ্তমান এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধানত আছে।

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰইও এই গোটেই ঘটনাটো চোৱা-চিতা কৰি আছে। বিশ্ব স্বাস্থ্য সংস্থাই ১৪ আগষ্টত মাংকিপক্সক বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল। এই মাঙ্কিপক্সনো কি, ই ক’ৰ পৰা আহিছিল, এই ৰোগ কেনেকৈ বিয়পে তাৰ বিষয়ে জানো আহক-

প্ৰশ্ন: মাংকিপক্স কি? (এমপক্সৰ মাঙ্কিপক্স কি)

উত্তৰ: মাংকিপক্স হৈছে এক সংক্ৰমিত ৰোগ, যি এমপক্স ভাইৰাছৰ জৰিয়তে বিয়পে। প্ৰখ্যাত ভাইৰোলজিষ্ট আৰু বি আৰ আম্বেদকাৰ চেণ্টাৰ ফ’ৰ বায়োমেডিকেল ৰিচাৰ্ছৰ সঞ্চালক, ডা: সুনীত সিঙে জানিবলৈ দিয়ে যে, মাঙ্কিপক্স হৈছে এবিধ ভাইৰাছ, ই স্মলপক্স (সৰু আই) বা একে ধৰণৰ ভাইৰাছৰ অন্তৰ্গত। কিন্তু ই স্মলপক্সতকৈ কিছু কম ক্ষতিকাৰক।

প্ৰশ্ন: মাংকিপক্স ক’ৰ পৰা আহিছিল?

উত্তৰ: ১৯৭০ চনত আফ্ৰিকাৰ কঙ্গোত প্ৰথমবাৰৰ বাবে মাংকিপক্সত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছিল। তাৰ পিছত, ৯০ ৰ দশকলৈ, ই আফ্ৰিকাৰ সকলো দেশলৈ বিয়পি পৰে। ২০২২ চনত, এই ভাইৰাছে ইউৰোপৰ পৰা আমেৰিকালৈ বিয়পি এক বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

প্ৰশ্ন: মাংকিপক্সৰ কিমানটা প্ৰকাৰ আছে?

উত্তৰ: মাংকিপক্সৰ দুটা মুখ্য প্ৰকাৰ পোৱা গৈছে। প্ৰথমটো হৈছে ‘ক্লেড-১’, যিটো মধ্য আফ্ৰিকাৰ দেশবোৰত পোৱা গৈছিল। ই হৈছে আটাইতকৈ মাৰাত্মক আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত প্ৰায় ১০% লোকৰ মৃত্যু হৈছে। দ্বিতীয়টো হৈছে ‘ক্লেড-২’, যি কিছু পৰিমানে কম ক্ষতিকাৰক। বেছিভাগ দেশত মাংকিপক্সৰ এইবিধ প্ৰকাৰ দ্ৰুতগতিত বিয়পিছে। এই ৰোগত আক্ৰান্ত প্ৰায় ৯৯.৯% লোক আৰোগ্য হয়।

প্ৰশ্ন: মাংকিপক্সৰ লক্ষণবোৰ কি?

উত্তৰ: মাংকিপক্সৰ লক্ষণবোৰ ভাইৰেল জ্বৰৰ দৰে। প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত আছে-মুৰৰ বিষ, জ্বৰ, পেশীৰ বিষ, ঠাণ্ডা আৰু অৱসাদ। দুইৰ পৰা তিনি দিনৰ পিছত, শৰীৰত পেটৰ বিষ, ডিঙি ফুলা আৰু দাগ আদিয়ে দেখা দিয়ে। কেইদিনমানৰ পিছত, শৰীৰত ডাঙৰ ফোঁহা সদৃশ চোকোৰা ওলায়। বিশেষকৈ যৌনাঙ্গত পানীযুক্ত চোকোৰা আৰু ফোঁহা হয়।

প্ৰশ্ন: মাংকিপক্স কেনেদৰে বিয়পে?

উত্তৰ: মাংকিপক্স হৈছে এক জুনোটিক ৰোগ। ইয়াৰ অৰ্থ হৈছে যে, ই জীৱ-জন্তুৰ পৰা মানুহ  দেহলৈ আৰু মানুহৰ পৰা জীৱ-জন্তুলৈ বিয়পিব পাৰে। একেদৰে, ই মানুহৰ পৰা মানুহলৈও বিয়পিব পাৰে।

প্ৰশ্ন: মাংকিপক্সৰ আশংকা কাৰ আছে?

উত্তৰ: ডা: সুনীত সিঙে কয় যে, যদি এজন ব্যক্তি মাংকিপক্সত আক্ৰান্ত ৰোগীয়ে যদি কোনো সাধাৰণ ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেওঁলোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। এই ভাইৰাছৰ আশংকা বিশেষকৈ  সমকামী লোকৰ মাজত আৰু একাধিক সঙ্গী থকা লোকৰ মাজত বিয়পে। এই ভাইৰাছবিধ ছাল, শ্বাসনলীৰ জৰিয়তে সংক্ৰমিত হয়। ই নাক আৰু মুখেৰে শৰীৰত প্ৰৱেশ কৰে। ৰোগীক স্পৰ্শ কৰা, তেওঁৰ বিচনা, কাপোৰ আৰু টাৱেল ব্যৱহাৰ কৰাৰ ফলতো মাংকিপক্স হ’ব পাৰে।

প্ৰশ্ন: মাংকিপক্সৰ চিকিৎসা কি?

উত্তৰ: মাংকিপক্স ভেকছিন বজাৰত উপলব্ধ। ২০২২ চনত, যেতিয়া ভাইৰাছবিধ ইউৰোপ, আমেৰিকাকে ধৰি কিছু কিছু দেশত বিয়পি পৰিছিল, তেতিয়া  ইয়াক টিকাকৰণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হৈছিল।

Tags: Health BenefitsHealthy lifeMonkey Pox

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025