• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিজেপি সদস্য ভৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, এসপ্তাহত ১৩ লাখ লোকৰ যোগদান ৰাজ্যিক বিজেপিত

      Nation NE by Nation NE
      September 10, 2024
      in Top News, অসম, ৰাষ্ট্ৰীয়
      0 0
      বিজেপি সদস্য ভৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, এসপ্তাহত ১৩ লাখ লোকৰ যোগদান ৰাজ্যিক বিজেপিত
      Share on FacebookShare on TwitterWhatsApp

      দেশজুৰী অব্যাহত আছে বিজেপি সদস্য ভৰ্তি অভিযান-২০২৪। ৰাজ্যতো সদস্য ভৰ্তি অভিযানৰ বাবে ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰ মাজতে এক সংবাদমেলৰ যোগেদি সদৰি কৰিলে এই কথা। দেশজুৰি আৰম্ভ হোৱা সদস্য ভৰ্তি অভিযানৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ প্ৰায় ১৩ লাখ লোকে বিজেপিৰ সদস্য পদত যোগদান কৰে ।

      সামগ্ৰিক বিষয় সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে, যোৱা বছৰ সদস্যৰ সংখ্যা আছিল ১৮ লাখ ।ইয়াৰ বিপৰীতে চলিত বৰ্ষতে ইয়াৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয়, ‘দেশজুৰি সদস্য ভৰ্তি অভিযান চলি আছে। সদস্যপদ নবীকৰণ হৈ আছে আৰু নতুন সদস্যও দলত অন্তৰ্ভুক্ত হৈছে ।’

      তেওঁ লগতে কয় যে, ২ ছেপ্টেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হৈছিল ।আৰম্ভ হোৱা দিনটোৰ পৰা সোমবাৰৰ বিয়লিলৈকে নতুন সদস্যকে ধৰি ১২.৯০ লাখ সদস্য দলটোত অন্তৰ্ভুক্ত হৈছে ।‘সাত দিনৰ ভিতৰত প্ৰায় ১৩ লাখ সদস্য অন্তভোক্ত হোৱাৰ লগতে সদস্য ভৰ্ত্তিৰ ক্ষেত্ৰত শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ নাম আছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।আনহাতে ২৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব বুলি সদৰি কৰি ৰাজ্যবাসীক নিৰ্দিষ্ট নম্বৰটোত মিছ কল দি নিজকে বিজেপিৰ সদস্য হিচাপে নামভৰ্তি কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ।

      মুখ্যমন্ত্ৰী শৰ্মাই কয়, যোৱা বছৰ ১৮ লাখ সদস্যই পঞ্জীয়ন কৰিছিল আৰু এইবাৰ ৰাজ্যত এই সংখ্যা বৃদ্ধিৰ হ’ব বুলি দলটো আশাবাদী। তেওঁ কয়, ‘সময় থাকিলে আমি সদস্য নামভৰ্তিৰ বাবেও মেনুৱেল ফৰ্ম ব্যৱহাৰ কৰিম। যিবোৰ গাঁৱত ইণ্টাৰনেট নাই, সেইবোৰ গাঁৱত আমি হাতেৰে কামটো কৰিবলৈ চেষ্টা কৰিম।’ তিনি ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সদস্যপদ নবীকৰণ কৰিছিল।

      Tags: #AssamChief ministerState BJP

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      শীৰ্ষ সংবাদ

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist