• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

Nation NE by Nation NE
September 16, 2024
in Top News, অসম
0 0
স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ
Share on FacebookShare on TwitterWhatsApp

ধুবুৰীৰ এক জঘণ্য ঘটনা পোহৰলৈ আহিছে। এগৰাকী বোৱাৰীক প্ৰথমে হত্যা কৰি তাৰপিছত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামী আৰু শহুৰ পৰিয়ালৰ বিৰুদ্ধে।

এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰ সুখ্যাতিখাতা গাঁৱত। স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণত বোৱাৰীক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ।স্বামীৰ পৰিয়ালৰ ওপৰত দীৰ্ঘ দিনৰে পৰাই শাৰীৰীক আৰু মানসিক অত্যাচাৰৰ বলি হোৱাৰ গুৰুত্বৰ অভিযোগ।

স্বামীৰ পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক পৰিকল্পিত ভাৱে হত্যা কৰি ঘৰত উলমি ৰাখে বুলি অভিযোগ জনাই মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। উক্ত ঘটনা স্থলীত দাওভাঙি আৰক্ষী উপস্থিত হয় যদিও, তাৰ আগতেই বোৱাৰী গৰাকীক নমাই ৰখা হয়।

অৱশেষত দাওভাঙি আৰক্ষীয়ে বোৱাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে স্বামী নুৰ ইছলাম শ্বেখ, শাহুৱেক নসীৰণ বিবি আৰু নজল উদ্দিন শ্বেখ, নুৰ ভানু খাতুন, ৰামিছা খাতুন, সাহালম আৰু আয়নাল হকৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে।

অৱশ্যে এইয়া হত্যা নে আত্মহত্যা সেইয়া মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Tags: #AssamAssam PoliceDhubri

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025