• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 10, 2025
29 °c
Guwahati
29 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কানপুৰ টেষ্টত জয়ী হৈ বিশ্ব অভিলেখ গঢ়িলে ভাৰতীয় দলে; বিশেষ কৃতিত্ব গঢ়া বিশ্বৰ প্ৰথমটো দল

      Nation NE by Nation NE
      October 1, 2024
      in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      কানপুৰ টেষ্টত জয়ী হৈ বিশ্ব অভিলেখ গঢ়িলে ভাৰতীয় দলে; বিশেষ কৃতিত্ব গঢ়া বিশ্বৰ প্ৰথমটো দল
      Share on FacebookShare on TwitterWhatsApp

      বাংলাদেশৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত জয়ী হৈ ভাৰতে শৃংখলাটো ২-০ত দখল কৰে। বৰ্ষাবিঘ্নিত মেচখনৰ প্ৰথম ইনিংছত ৫২ ৰানৰ অগ্ৰগতি লাভ কৰা ভাৰতে মেচখন জয়ী হ’বলৈ মাত্ৰ ৯৫ ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশে।

      কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত মেচখনৰ পঞ্চম দিনাৰ দ্বিতীয় ছেচনত ভাৰতে ৩টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্যত উপনীত হয়। বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাটো জয়ী হোৱাৰ লগে লগে ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰতীয় দলে।

      নিজৰ ঘৰৰ মাটিত একেৰাহে সৰ্বাধিক টেষ্ট শৃংখলা জয়ী হোৱাৰ কৃতিত্বৰে ভাৰতীয় দলে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

      ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে ভাৰতে একেৰাহে ১৮টা টেষ্ট শৃংখলা জয়ী হৈ ইতিহাস ৰচিছে। শেষবাৰৰ বাবে ভাৰতে অন্তিমটো টেষ্ট শৃংখলাত পৰাস্ত হৈছিল ২০১২-১৩ চনত। মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত ১-২ ব্যৱধানত শৃংখলাটো পৰাস্ত হৈছিল।

      Tags: IndiaIndia vs BangladeshRohit SharmaTest Cricket

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      July 9, 2025
      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা
      Top News

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা

      July 9, 2025
      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ
      Top News

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      July 9, 2025
      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      শীৰ্ষ সংবাদ

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist