• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱৰাত্ৰিৰ কলহ সংস্থাপন আৰু অখণ্ড শিখাৰ মহত্ত্ব

Nation NE by Nation NE
October 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দুৰ্গোৎসৱৰ বাবে সাজু ৰাজ্যবাসী; বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ
Share on FacebookShare on TwitterWhatsApp

৩ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। নৱৰাত্ৰিৰ সময়ত বৃহৎ সংখ্যক লোকে দেৱী দুৰ্গাৰ ওচৰত ৰীতি-নীতিৰে কলহ স্থাপন কৰে। ৯ দিনৰ ব্ৰত পালন কৰি সকলোৱে নিজৰ লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি, কল্যাণ আৰু সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে। সেইদৰে দশম দিনা দেৱীৰ ওচৰত জগতৰ মংগলৰ বাবে প্ৰাৰ্থনা জনাই এই কলহ বিসৰ্জন দিয়া হয়।

শাৰদীয় নৱৰাত্ৰি ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। এই দিনটোতেই কৰা হয় কলহ সংস্থাপন। নৱৰাত্ৰিৰ এই শুভ উৎসৱ ১০ দিনৰ বাবে উদযাপন কৰা হ’ব।

নৱৰাত্ৰিত, ভক্তসকলে শ্ৰদ্ধাৰে মা দুৰ্গাৰ ৯টা ৰূপৰ উপাসনা কৰে। নৱৰাত্ৰিত অখণ্ড শিখা জ্বলোৱাৰ এক বিশেষ গুৰুত্ব আছে। ইয়াৰ অবিহনে, উপাসনাৰ আৰম্ভণি অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। কলহ সংস্থাপনৰ পিছত, প্ৰথম দিনাই অখণ্ড জ্যোতি জ্বলাব লাগে। অখণ্ড শিখা জ্বলোৱাৰ নিয়মসমূহ জানো আহক-

অখণ্ড শিখা জ্বলোৱাৰ গুৰুত্ব–

জ্যোতিষী তথা বাস্তু আচাৰ্য প্ৰমোদ কুমাৰ আগৰৱালাৰ মতে, নৱৰাত্ৰিৰ সময়ত অখণ্ড শিখা জ্বলাই মনৰ অন্ধকাৰ আঁতৰ কৰিব পাৰি। এই অখণ্ড শিখাক জীৱনৰ পৰা অন্ধকাৰ আঁতৰ কৰাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

যদিহে কোনোৱে ঘৰতেই মা দুৰ্গাৰ মূৰ্তি স্থাপন কৰি উপাসনা কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই অখণ্ড জুই জ্বলাব লাগে আৰু সম্পূৰ্ণ ৯টা দিন এই বন্তি জ্বলাই থব লাগে। যদিহে এই শিখা ৯ দিনৰ  মাজভাগতেই নিৰ্বাপিত হয়, তেতিয়াহ’লে ইয়াক অশুভ বুলি গণ্য কৰা হয়।

যাৰ ঘৰত ৯ দিন ধৰি এই অখণ্ড শিখা জ্বলি থাকে, তেওঁলোকৰ জীৱনলৈ আহে সুখ-সমৃদ্ধি লগতে মা দুৰ্গাৰ আশীৰ্বাদ।

অখণ্ড জ্যোতি জ্বলোৱাৰ বাবে বিশেষ নিয়ম-

  • শুভ সময় চাই শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত কলহ স্থাপন কৰা হয়। পূজা আৰম্ভ কৰাৰ সময়ত, এক অখণ্ড শিখা জ্বলোৱাৰ নিয়ম আছে, কিন্তু এই অখণ্ড শিখা জ্বলোৱাৰ পূৰ্বেও কিছুমান নিয়ম মনত ৰাখিব।
  • যদিহে ঘৰত দুৰ্গাৰ মূৰ্তি স্থাপন কৰি উপাসনা কৰিবলৈ বিচাৰে, তেন্তে ঘিউ, সৰিয়হ তেল বা তিলতেলত চাকি জ্বলাব লাগে।
  • যদিহে কোনোৱে ঘিউৰ চাকি জ্বলায়, তেন্তে এই চাকি মা দুৰ্গাৰ মূৰ্তিৰ সোঁফালে ৰাখিব লাগে। আকৌ সৰিয়হ বা তিল তেলৰ চাকি জ্বলালে, ইয়াক মাৰ বাওঁফালে ৰাখিব লাগে। লগতে চাকিগছ মাটিমাহৰ দাইল, চাউল বা ক’লা তিলৰ ওপৰত ৰাখিব লাগে আৰু চাকিটো দক্ষিণ দিশত ৰাখিব লাগে।
  • মনত ৰখা উচিত যে চাকিটো গোটেই ৯ দিন জ্বলাই ৰাখিব লাগে। এনে পৰিস্থিতিত, পৰ্যাপ্ত পৰিমাণে ঘিউ, তেল যোগ কৰি থাকিব।

অখণ্ড জ্যোতি জ্বলোৱাৰ লাভালাভ-

  • নৱৰাত্ৰিৰ পৱিত্ৰ উৎসৱ উপলক্ষে, যদিহে এই উপাসনাৰ সময়ত মা দুৰ্গাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অখণ্ড শিখা জ্বলোৱা হয়, তেন্তে ই মানুহৰ জীৱনলৈ সুখ আৰু শান্তি লৈ আনে।
  • মা দুৰ্গা সন্তুষ্ট হ’লে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰ হয়। লগতে সমস্যা, বাধাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে বিত্তীয় সমস্যাও হ্ৰাস হয়।
Tags: Durga PujaFestivalNavaratri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025