• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনলৈ চমন, জানক ইয়াৰ সবিশেষ

Nation NE by Nation NE
October 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনলৈ চমন, জানক ইয়াৰ সবিশেষ
Share on FacebookShare on TwitterWhatsApp

টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনৰ জীৱনলৈ নামি আহিছে ধুমুহা। প্ৰৱৰ্তন সঞ্চালকালয়ে মানি লণ্ডাৰিং গোচৰত চমন প্ৰেৰণ কৰিছে ক্ৰিকেটাগৰাকীক।

আজহাৰউদ্দিনৰ বিৰুদ্ধে হায়দৰাবাদ ক্ৰিকেট সংস্থাত সমস্যা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি, সংগঠনটোৰ পুঁজিত ২০ কোটি টকাৰ অপব্যৱহাৰ কৰা হৈছে।

আজি ইডিৰ সন্মুখত প্ৰাক্তন ক্ৰিকেটাৰগৰাকী উপস্থিত হ’ব।

আজহাৰউদ্দিন ২০১৯ চনৰ ছেপ্টেম্বৰত হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েচন (এইচচিএ)ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ২০২১ চনৰ জুনত তেওঁ পদত্যাগ কৰিব লগা হৈছিল। পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা হৈছিল।

ইডিয়ে হায়দৰাবাদ ক্ৰিকেট সংস্থাৰ বিষয়াসকলৰ বিৰুদ্ধে এটা ধন ৰপ্তানিৰ গোচৰ ৰুজু কৰে। ইডিয়ে তেলেংগানাৰ ৯ টা ঠাইত অভিযান চলাই আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ডিজিটেল সঁজুলি উদ্ধাৰ কৰে।

ষ্টেডিয়াম নিৰ্মাণত বিত্তীয় অনিয়মৰ অভিযোগ

প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) মতে, হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়াসকলে ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণত বিত্তীয় অনিয়ম সংঘটিত কৰে। তেওঁলোকে ব্যক্তিগত কোম্পানীসমূহক উচ্চ হাৰত ঠিকা প্ৰদান কৰাৰ লগতে আৰু সংগঠনটোক কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন কৰায়। এই ক্ষেত্ৰত ইডিৰ দ্বাৰা তিনিখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, আজহাৰউদ্দিন ২০০৯ চনত  উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ৰাজস্থানৰ পৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু ইয়াত তেওঁ পৰাজিত হৈছিল। ২০১৮ চনত, তেওঁ তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্ত হয়।

Tags: #cricketIndiaSports

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026
কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম
Top News

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

May 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 8, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025