• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৮ বছৰ বয়সতে ১৪টা সৰ্বোচ্চ শৃংগ জয় কৰি ৰচিলে ইতিহাস

Nation NE by Nation NE
October 13, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৮ বছৰ বয়সতে ১৪টা সৰ্বোচ্চ শৃংগ জয় কৰি ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

মাত্ৰ ১৮ বছৰ বয়সতে অনন্য কৃতিত্ব অৰ্জন কৰিলে নেপালী যুৱক নিমা ৰিঞ্জি শ্বেৰ্পাই। বুধবাৰে পুৱা তিব্বতৰ শিশাপাংমা শৃংগ (৮,০২৭ মিটাৰ) আৰোহণ কৰি তেওঁ বিশ্বৰ ১৪টা সৰ্বোচ্চ শৃংগ জয় কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এই ১৪টা পৰ্বতৰ শৃংগ হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত যিয়ে নেপাল, চীন, ভাৰত আৰু পাকিস্তানৰ ভূখণ্ডক সামৰি লৈছে। এই উচ্চতা জয় কৰাটো পৰ্বতাৰোহণৰ জগতখনৰ অন্যতম সন্মানীয় আৰু প্ৰত্যাহ্বানমূলক বুলি গণ্য কৰা হয়।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, এই কৃতিত্ব পূৰ্বে আন এগৰাকী নেপালী পৰ্বতাৰোহী মিংমা ডেভিদ শ্বেৰ্পাৰ নামত আছিল। ২০১৯ চনৰ ২৯ অক্টোবৰত মিংমাই ৩০ বছৰ ১৬৬ দিনত এইখিনি অৰ্জন কৰিছিল।

অৱশ্যে বয়সৰ ফালৰ পৰাই নহয়, সময়ৰ ক্ষেত্ৰতো নিমা ৰিঞ্জিয়ে মিংমাক চেৰ পেলাইছিল। তেওঁ এই অভিযান মাত্ৰ ২ বছৰ ৪০ ​​দিনত সম্পূৰ্ণ কৰিছিল, আনহাতে মিংমাই ৯ বছৰ ১৫৯ দিন সময় লৈছিল।

নিমা ৰিঞ্জিৰ এই সফলতাৰ আঁৰত গাইড হিচাপে আছিল ইটালীৰ পৰ্বতাৰোহী ৰেইনহল্ড মেছনাৰ। ১৯৮৬ চনত মেছনাৰে ৮০০০ মিটাৰৰ ওপৰৰ ১৪টা শৃংগ জয় কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। তেতিয়াৰ পৰা মাত্ৰ অৰ্ধশতাধিক পৰ্বতাৰোহীয়েহে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু বহুতে এই প্ৰচেষ্টাত প্ৰাণ হেৰুৱাইছে।

নিমা ৰিঞ্জি শ্বেৰ্পাই ২০২২ চনত নেপালৰ চেভেন ছামিটছ ট্ৰেক আৰু ফৰ্টি পিকছ এক্সপেডিচনৰ বাবে এই দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গন্তব্যস্থান আছিল নেপালৰ মাউণ্ট মানছলু, যিটো ৮,১৬৩ মিটাৰ উচ্চতা। ২০২৩ চনত তেওঁ এভাৰেষ্টকে ধৰি আৰু ৯টা শৃংগ জয় কৰে।

এইবাৰ নিমা ৰিঞ্জীয়ে অন্নপূৰ্ণা অভিযানৰ জৰিয়তে পৰ্বতাৰোহণৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। বিশেষ কথাটো হ’ল তেওঁ অক্সিজেন চিলিণ্ডাৰ নোহোৱাকৈয়ে ৮,০৯১ মিটাৰ উচ্চতাৰ অন্নপূৰ্ণা শৃংগত আৰোহণ কৰিছিল। তাৰ পিছত ৪ মে’ত মাকালু আৰু ৮ জুনত কাঞ্চনজংঘা জয় কৰিছিল।

চীনৰ পৰা তিব্বতৰ শিশাপাংমা শৃংগ আৰোহণৰ অনুমতি লাভ কৰাৰ পাছত নিমাই যোৱা মাহহ অন্তিমটো অভিযান আৰম্ভ কৰে। এই অভিযান সফলতাৰে সমাপ্ত হোৱাত তেওঁ এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হয়।

নিমা ৰিঞ্জি শ্বেৰপাই কেৱল ১৪টা পৰ্বত জয় কৰাৰ লগতে তেওঁৰ নামত আছে আন কেইবাটাও অভিলেখ। পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে তেওঁ নগা, কাঞ্চনজংঘা, ১নং গছৰব্ৰুম ১ আৰু ২ নং পৰ্বত জয় কৰিছে।

ইয়াৰ উপৰি মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট লোট্চে একেলগে জয় কৰা আটাইতকৈ কম বয়সীয়া হোৱাৰ অভিলেখো তেওঁৰ নামত আছে।

Tags: #NepalHighest PeaksNima Rinji Sherpa

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025