• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছলমান খানলৈ ভাবুকি! লৰেন্স বিষ্ণোইৰ নামত যিকোনো লোকৰেই হ’ব পাৰে লক্ষ্য

Nation NE by Nation NE
October 15, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ছলমান খানলৈ ভাবুকি! লৰেন্স বিষ্ণোইৰ নামত যিকোনো লোকৰেই হ’ব পাৰে লক্ষ্য
Share on FacebookShare on TwitterWhatsApp

বলীউডৰ অভিনেতা ছলমান খানে কেইবাটাও মৃত্যুৰ ভাবুকি লাভ কৰিছে। ২০২৪ বৰ্ষৰ এপ্ৰিল মাহত এই ঘটনাটো শিৰোনামলৈ আহিছে, যেতিয়া বিষ্ণোই দলৰ দুগৰাকী দুৰ্বৃত্তই ছলমানৰ মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰিছিল আৰু তাৰপিছতেই দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছিল।

১৯৯৮ চনত ৰাজস্থানত হাম সাথ সাথ হে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেতা ছলমান খানৰ সৈতে জড়িত কৃষ্ণসাৰ হৰিণৰ চোৰাং চিকাৰৰ গোচৰটো সংঘটিত হোৱাৰ সময়ত বৰ্তমান কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই (৩১) ওৰফে বলকৰণ ব্ৰাৰৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ।

বিষ্ণোই সম্প্ৰদায়ে এই গোচৰটোত ক্ৰোধিত হৈছিল। একে সময়তে, ২৬ বছৰৰ পিছতো, আনকি কাৰাগাৰত থাকোতেই, ছলমানৰ বিৰুদ্ধে কুখ্যাত গুণ্ডাজনৰ অসন্তুষ্টি শিৰোনামলৈ আহিছে। অৱশ্যে, খবৰ আহিছে যে, নায়ক হ’বলৈ যিকোনো লোকেই লৰেন্স বিষ্ণোইৰ নামত ছলমান খানক হত্যা কৰিব পাৰে। বৰ্তমান, ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

মুম্বাইত চলমান খানৰ ঘনিষ্ঠ বুলি গণ্য কৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা বাবা চিদ্দিকী (৬৬)ৰ হত্যাৰ পিছতেই বিষ্ণোই দলটোৰ নাম পোহৰলৈ আহিছে।

বিষ্ণোই দলটোৰ উদ্দেশ্য কি?

দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে, বিষ্ণোই দলটোৰ উদ্দেশ্য এতিয়া ছলমান খানৰ পৰা প্ৰতিশোধ লোৱাৰ বাহিৰত গৈছে। বিষয়াজনে কয় যে, দলটোৱে বৰ্তমান বলীউডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে, যি এসময়ত ডাউদ ইব্ৰাহিমৰ ভূখণ্ড আছিল, আৰু যিগৰাকীয়ে নিজৰ ডি-কোম্পানী স্থাপন কৰিব বিচাৰিছিল।

কাৰাগাৰত থকা স্বত্বেও, লৰেন্স বিষ্ণোইয়ে ২০২২ চনত পাঞ্জাৱী গায়ক সিদ্ধু মুজৱালাক হত্যা কৰিবলৈ সক্ষম হৈছিল। ২০২৩ চনত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদীকে ধৰি কেইবাগৰাকীও প্ৰখ্যাত লোকক হত্যা কৰিবলৈ সক্ষম হৈছিল।তেওঁ কানাডাৰ গায়ক এ পি ধিলন আৰু গিপ্পি গ্ৰেৱালৰ বাসগৃহৰ বাহিৰতো গুলীবৰ্ষণৰ পৰিকল্পনা কৰিছিল। বিষ্ণোই দলটোৱে ২০২৩ চনৰ ছেপ্টেম্বৰত খালিস্তানি সমৰ্থক সুখ ডুনেকেৰ হত্যাৰ দায়িত্বও স্বীকাৰ কৰিছে।

বিষ্ণোই আৰু চলমানৰ মাজত প্ৰতিদ্বন্দিতা

আৰক্ষীৰ খবৰ অনুসৰি, ২০১৮ চনত বিষ্ণোই আৰু ছলমানৰ মাজৰ শত্ৰুতা প্ৰথমবাৰৰ বাবে ৰাজহুৱা হৈছিল, যেতিয়া যোধপুৰত আদালতত হাজিৰ হোৱাৰ সময়ত বিষ্ণোই কৈছিল যে, তেওঁলোকে চলমান খানক হত্যা কৰিব। পিছে বৰ্তমানলৈকে তেওঁলোকে কৰা নাই। কোনো সবিশেষ তথ্য নোহোৱাকৈয়ে তেওঁক অপৰাধী সজোৱা হয় বুলি অভিযোগ কৰে।

মৃত্যুৰ ভাবুকি

তেতিয়াৰ পৰা, ছলমান খানে কেইবাটাও মৃত্যুৰ ভাবুকি লাভ কৰিছে, আৰু এই বছৰৰ এপ্ৰিলত এই ঘটনাটো শিৰোনামলৈ আহিছে, যেতিয়া ছলমানৰ বান্দ্ৰাৰ বাসগৃহৰ বাহিৰত দুজন বিষ্ণোই দলৰ দুৰ্বৃত্তই গুলীচালনা কৰিছিল আৰু পিছত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছিল।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, বিষ্ণোই নিজে কেতিয়াও কাকো হত্যা কৰা নাছিল, তথাপিও তেওঁ গুজৰাটৰ কাৰাগাৰৰ পৰা দলটো চলাই আটাইতকৈ ভয়ংকৰ দুৰ্বৃত্তসকলৰ মাজৰ এজন হৈ পৰিছে। উল্লেখ্য যে, তেওঁৰ কাৰ্যপ্ৰণালীসমূহ পলাতক আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ দৰে একেই।

Tags: #BollywoodLawrence BishnoiSalman Khan

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025