• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      “আইন অন্ধ নহয়, আইন সকলোৰে বাবে সমান”; আদালতত “ন্যায় দেৱী” ৰ নতুন ৰূপ

      Nation NE by Nation NE
      October 17, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      “আইন অন্ধ নহয়, আইন সকলোৰে বাবে সমান”; আদালতত “ন্যায় দেৱী” ৰ নতুন ৰূপ
      Share on FacebookShare on TwitterWhatsApp

      “ন্যায়ৰ দেৱী” ৰ চিনাকি মূৰ্তিটো, যাক প্ৰায়ে আদালত, চলচ্চিত্ৰ আৰু আইনী চেম্বাৰত চকুৰ পটিৰে দেখা যায়, বৰ্তমান এইটোত এক পৰিৱৰ্তন দেখা গৈছে।

      উচ্চতম ন্যায়ালয়ত ‘লেডী অৱ জাষ্টিছ’ অৰ্থাৎ ন্যায়ৰ দেৱীৰ এটা নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই মূৰ্তিটোৰ চকুৰ পৰা পটি আঁতৰ কৰা হৈছে, যি এতিয়ালৈকে আইনৰ অন্ধত্বৰ ইংগিত দি আছিল। একে সময়তে, তেওঁৰ হাতত তৰোৱালৰ পৰিৱৰ্তে, দেশৰ সংবিধানখন তুলি দিয়া হৈছে। এই মূৰ্তিটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পুথিভঁৰালত স্থাপন কৰা হৈছে।

      সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই নতুন মূৰ্তিটো চিজেআই ডিৱাই চন্দ্ৰচূড়ে আদেশ দি নিৰ্মাণ কৰাইছে। ইয়াৰ উদ্দেশ্য হৈছে এটা বাৰ্তা প্ৰেৰণ কৰা যে, দেশৰ আইন অন্ধ নহয় আৰু ই শাস্তিৰ প্ৰতীক নহয়। পুৰণি মূৰ্তিটোৰ চকুত থকা পটিটোৱে দেখুৱাইছিল যে আইনৰ দৃষ্টিত সকলো সমান। আনহাতে তৰোৱালখন কৰ্তৃত্ব আৰু অন্যায়ক শাস্তি দিয়াৰ ক্ষমতাৰ প্ৰতীক আছিল।

      অৱশ্যে, মূৰ্তিটোৰ সোঁ হাতত থকা তুলাচনিখন আগৰ দৰেই ৰখা হৈছে, কিয়নো ই হৈছে সমাজত ভাৰসাম্যৰ প্ৰতীক। তুলাচনিখনে বুজাই দিয়ে যে, আদালতে এটা সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে দুয়োপক্ষৰ তথ্য আৰু যুক্তি বোৰ পৰ্যবেক্ষণ কৰে আৰু শুনে।ই নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰি আহিছে।

      এই ব্যৱস্থাই অৱসান ঘটাই বহু যুগৰ পৰা চলি অহা ব্ৰিটিছ শাসনৰ পৰাম্পৰা। শেহতীয়াকৈ, ভাৰত চৰকাৰে ব্ৰিটিছ শাসনকালত বলবৎ থকা ভাৰতীয় দণ্ডবিধি (আইপিচি) আইনৰ সলনি ভাৰতীয় ন্যায়পালিকা (বিএনএছ) আইন প্ৰস্তুত কৰিছে। লেডী অৱ জাষ্টিছৰ প্ৰতিমূৰ্তি সলনি কৰাটোও এই খণ্ডটোৰ অধীনত লোৱা এক পদক্ষেপ বুলি গণ্য কৰিব পাৰি।

      চিজেআইৰ কাৰ্যালয়ৰ বিশিষ্ট সূত্ৰই কয় যে, চিজেআইয়ে বিশ্বাস কৰে যে ভাৰতে ব্ৰিটিছ শাসনৰ প্ৰভাৱৰ পৰা আগবাঢ়ি যোৱা উচিত। তেওঁলোকে বিশ্বাস কৰে যে, আইন অন্ধ নহয়, ই সকলোকে সমান চকুৰে চায়। অৰ্থাৎ, ন্যায়ালয়ে সমাজত ধন, সম্পদ আৰু আধিপত্যৰ অন্যান্য মানদণ্ডৰ প্ৰতি লক্ষ্য নকৰে।

      সূত্ৰটোৰ মতে, এইকাৰণেই চিজেআইয়ে লেডী অফ জাষ্টিছৰ ৰূপ সলনি কৰাৰ কথা কৈছিল। তেওঁ কয় যে, প্ৰতিমূৰ্তিটোৰ এখন হাতত সংবিধান থাকিব লাগে, তৰোৱাল নহয়, যাতে দেশে ন্যায়লয়ৰ পৰা সংবিধান অনুসৰি ন্যায় দিয়াৰ বাৰ্তা পায়। তৰোৱালখন হৈছে হিংসাৰ প্ৰতীক, কিন্তু আদালতে সাংবিধানিক আইন অনুসৰিহে ন্যায় প্ৰদান কৰে।

      ৰোমৰ পৌৰাণিক কাহিনী অনুসৰি ন্যায়ৰ দেৱী হৈছে “জাষ্টিচিয়া”। ৰোমৰ সম্ৰাট আগষ্টাছে ন্যায়ক এক মুখ্য গুণ বুলি গণ্য কৰিছিল। তেওঁৰ পিছত সম্ৰাট টিবেৰিয়াছে ৰোমত জাষ্টিচিয়াৰ এটা মন্দিৰ নিৰ্মাণ কৰে। জাষ্টিচিয়া ন্যায়ৰ সেই গুণৰ প্ৰতীক হৈ পৰিছিল যাৰ সৈতে প্ৰতিখন ৰাজতন্ত্ৰই নিজৰ শাসনক সংযুক্ত কৰিব বিচাৰিছিল। পিছলৈ সম্ৰাট ভেস্পাচিয়ানে তেওঁৰ প্ৰতিচ্ছবিৰে মুদ্ৰা তৈয়াৰ কৰিছিল, য’ত তেওঁ ‘জাষ্টিচিয়া আগষ্টা’ নামৰ সিংহাসনত বহিছিল। তেওঁৰ পিছত বহুতো সম্ৰাটে নিজকে ন্যায়ৰ অভিভাৱক বুলি ঘোষণা কৰিবলৈ এই দেৱীৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰিছিল।

      পৃথিৱীৰ বহুতো দেশত ন্যায়দেৱীৰ এই মূৰ্তি আদালত, আইনী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত দেখা যায়।

      Tags: JUSTICELady JusticeSupreme Court

      Related Posts

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?
      Top News

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      July 8, 2025
      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ
      Top News

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      July 8, 2025
      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      July 8, 2025

      শীৰ্ষ সংবাদ

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -