• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঝাৰখণ্ডত আসন ভাগ-বাটোৱাৰা সম্পূৰ্ণ; ৬৮ খন আসনত যুঁজ দিব বিজেপিয়ে

Nation NE by Nation NE
October 18, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ঝাৰখণ্ডত আসন ভাগ-বাটোৱাৰা সম্পূৰ্ণ; ৬৮ খন আসনত যুঁজ দিব বিজেপিয়ে
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন সহযোগী দলসমূহৰ মাজত চূড়ান্ত হ’ল আসন ভাগ-বাটোৱাৰা। শুকুৰবাৰে ৰাঁচীস্থিতি বিজেপি কাৰ্যালয়ত বিজেপি আৰু এ জে এছ ইউয়ে সংবাদমেলযোগে আসন ভাগ-বাটোৱাৰা চূড়ান্ত হোৱা বুলি ঘোষণা কৰে।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এন ডি এৰ দলসমূহৰ ভিতৰত বিজেপিয়ে ৬৮, এ জে এছ ইউয়ে ১০, জেডিইউৱে ২ আৰু এল জে পি (ৰামবিলাস) দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

বিজেপিৰ সহযোগী দলসমূহৰ মাজত আসন ভাগ-বাটোৱাৰা নিশ্চিত হোৱাৰ কথা জানিবলৈ দিয়ে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী শিৱৰাজ সিং চৌহান আৰু সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাঁচীত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী শিৱৰাজ সিং চৌহানে কয়, ‘ৰাজ্যত বিজেপি, এ জে এছ ইউ, জে ডি ইউ, আৰু এল জে পি (ৰামবিলাস) দলে একেলগে মিলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম’।

সংবাদমেলত উপস্থিত আছিল নিৰ্বাচনী সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ঝাৰখণ্ড বিজেপিৰ অধ্যক্ষ বাবুলাল মৰাণ্ডী, এ জে এছ ইউ প্ৰধান সুদেশ মহাতোৰ লগতে আন আন নেতাসকল উপস্থিত আছিল।

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

৮১ খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ ৪৪ খন আসন সংৰক্ষিত নহয়। ইয়াৰ উপৰি এছ টিৰ বাবে ২৮ খন আৰু এছ চিৰ বাবে ৯ খন আসন সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান আছে প্ৰায় ২.৬ কোটি ভোটাৰ।

Tags: #JharkhandAssembly ElectionBJPHimanta Biswa Sarma

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025