• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঝাৰখণ্ডত আসন ভাগ-বাটোৱাৰা সম্পূৰ্ণ; ৬৮ খন আসনত যুঁজ দিব বিজেপিয়ে

Nation NE by Nation NE
October 18, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ঝাৰখণ্ডত আসন ভাগ-বাটোৱাৰা সম্পূৰ্ণ; ৬৮ খন আসনত যুঁজ দিব বিজেপিয়ে
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন সহযোগী দলসমূহৰ মাজত চূড়ান্ত হ’ল আসন ভাগ-বাটোৱাৰা। শুকুৰবাৰে ৰাঁচীস্থিতি বিজেপি কাৰ্যালয়ত বিজেপি আৰু এ জে এছ ইউয়ে সংবাদমেলযোগে আসন ভাগ-বাটোৱাৰা চূড়ান্ত হোৱা বুলি ঘোষণা কৰে।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এন ডি এৰ দলসমূহৰ ভিতৰত বিজেপিয়ে ৬৮, এ জে এছ ইউয়ে ১০, জেডিইউৱে ২ আৰু এল জে পি (ৰামবিলাস) দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

বিজেপিৰ সহযোগী দলসমূহৰ মাজত আসন ভাগ-বাটোৱাৰা নিশ্চিত হোৱাৰ কথা জানিবলৈ দিয়ে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী শিৱৰাজ সিং চৌহান আৰু সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাঁচীত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী শিৱৰাজ সিং চৌহানে কয়, ‘ৰাজ্যত বিজেপি, এ জে এছ ইউ, জে ডি ইউ, আৰু এল জে পি (ৰামবিলাস) দলে একেলগে মিলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম’।

সংবাদমেলত উপস্থিত আছিল নিৰ্বাচনী সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ঝাৰখণ্ড বিজেপিৰ অধ্যক্ষ বাবুলাল মৰাণ্ডী, এ জে এছ ইউ প্ৰধান সুদেশ মহাতোৰ লগতে আন আন নেতাসকল উপস্থিত আছিল।

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

৮১ খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ ৪৪ খন আসন সংৰক্ষিত নহয়। ইয়াৰ উপৰি এছ টিৰ বাবে ২৮ খন আৰু এছ চিৰ বাবে ৯ খন আসন সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান আছে প্ৰায় ২.৬ কোটি ভোটাৰ।

Tags: #JharkhandAssembly ElectionBJPHimanta Biswa Sarma

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025