• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰত বিষাক্ত সুৰা সেৱনৰ ফলত ৩৭ গৰাকীৰ প্ৰাণহানি, ২ গৰাকীকৈ আৰক্ষী বিষয়াক নিলম্বন

Nation NE by Nation NE
October 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰত বিষাক্ত সুৰা সেৱনৰ ফলত ৩৭ গৰাকীৰ প্ৰাণহানি, ২ গৰাকীকৈ আৰক্ষী বিষয়াক নিলম্বন
Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ ছিৱান, সাৰণ আৰু গোপালগঞ্জ জিলাত বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱাৰ ফলত দুগৰাকীকৈ আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। এইক্ষেত্ৰত ৭গৰাকী মহিলাকে ধৰি ২১ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২০ অক্টোবৰ অৰ্থাৎ দেওবাৰে এই তথ্য দিয়ে বিষয়াসকলে। জানিব পৰা মতে, তিনিখন জিলাকে ধৰি এই পৰ্যন্ত মুঠ ৩৭ জন লোকে প্ৰাণ হেৰুৱাইছে।

এই সমগ্র বিষয়ত মছৰাক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ভগৱানপুৰ আউটপোষ্টত নিয়োজিত আন এগৰাকী আৰক্ষী বিষয়াক নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত অৱহেলা কৰাৰ বাবে নিলম্বন কৰা হৈছে। সাৰণ ৰেঞ্জৰ উপ-আৰক্ষী মহাপৰিদৰ্শক নীলেশ কুমাৰে পিটিআইক জনোৱা মতে, এই ঘটনাৰ পিছতেই ছিৱান আৰু সাৰণ জিলাৰ প্ৰশাসনে মাঘৰ, ঔৰিয়া আৰু ইব্ৰাহিমপুৰ অঞ্চলৰ পৰা তিনিজনকৈ চকীদাৰক নিলম্বন কৰিছে।

ছিৱানত সৰ্বাধিক ২৮ জন লোকৰ মৃত্যু

উল্লেখ্য যে, বিষাক্ত সুৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ছিৱানত সৰ্বাধিক। ১৬ অক্টোবৰৰ পৰা ছিৱান জিলাৰ মাঘৰ আৰু ঔৰিয়া পঞ্চায়তত ২৮ জনকৈ লোকৰ মৃত্যু হৈছে। ছাৰণৰ মাশ্ৰক থানা এলেকাৰ অন্তৰ্গত ইব্ৰাহিমপুৰ অঞ্চলত ৭ জনকৈ লোকৰ মৃত্যু। গোপালগঞ্জত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হৈছে। এইদৰে তিনিখন জিলাত মুঠ ৩৭ জন লোকৰ মৃত্যু হৈছে।

ছিৱানত ১৩ জন আৰু সাৰণত ৮ জন লোকক গ্ৰেপ্তাৰ

এই সমগ্ৰ বিষয়ত ডি আই জিয়ে কয় যে, বিষাক্ত সুৰা বিক্ৰীৰ সৈতে জড়িত ২১ জনকৈ অভিযুক্ত (চিৱানত ১৩ আৰু সাৰণত ৮)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ৭গৰাকী মহিলা, যিসকলে মদ্যপান আৰু বিক্ৰীৰ কামত জড়িত আছিল।দুয়োখন জিলাতে তেওঁলোকে অবৈধ সুৰাৰ যোগান তথ্য পাইছে লগতে অবৈধ সুৰা বিক্ৰীৰ সৈতে জড়িত কেইবা লাখ টকাৰ লেনদেনও ধৰা পেলাইছে আৰু এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰমাণো সংগ্ৰহ কৰিছে।

তেওঁ লগতে কয় যে, অভিযুক্তকেইজনৰ বিৰুদ্ধে ধন সৰবৰাহ আইনৰ বিধান অনুসৰি যোগ্য কৰ্তৃপক্ষই সুকীয়া গোচৰ ৰুজু কৰিব।

Tags: BiharBihar PolicePoisonous liquor

Related Posts

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026

শীৰ্ষ সংবাদ

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025