• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ বিধ্বংসী ৰূপ, ২৪ ঘন্টাত ৩০০ টা ক্ষেপণাস্ত্ৰ নিক্ষেপ

      Nation NE by Nation NE
      October 22, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      যুদ্ধৰ দামামা! হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? জানক কোন কোন দেশ আছে ইজৰাইলৰ লক্ষ্যত
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইলে হামাছ আৰু হিজবুল্লাহৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইজৰাইলে ৰকেট, মিছাইল আৰু ড্ৰোনেৰে অহৰহ  আক্ৰমণ কৰিছে হামাছ আৰু হিজবুল্লাহৰ ওপৰত। সোমবাৰটো হিজবুল্লাহৰ বাবে আছিল এক অবিস্মৰণীয় দিন আছিল।

      ইজৰাইলৰ সেনাই লেবাননত ৩০০ৰো অধিক ক্ষেপণাস্ত্ৰৰে হিজবুল্লাহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল, য’ত হিজবুল্লাহক বিত্তীয় সাহায্য প্ৰদান কৰা বহু কোম্পানীও আছিল। তথ্য অনুসৰি, ইৰাণে এই কোম্পানীসমূহৰ জৰিয়তে হিজবুল্লাহক পুঁজি দিয়ে।

      লেবাননত স্থল অভিযানত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী নাছৰল্লাহৰ বাংকাৰ উন্মোচন কৰিছে। ইয়াত ৫০ কোটি ডলাৰতকৈ অধিক মূল্যৰ সোণ আৰু নগদ ধন পোৱা গৈছে।

      সোমবাৰে ইজৰাইলী সেনাই হিজবুল্লাহৰ পুঁজিক লক্ষ্য কৰি লয়। বিগত ২৪ ঘন্টাত আইডিএফে লেবাননৰ প্ৰায় ৩০০টা স্থানত আক্ৰমণ চলাইছিল। ইজৰাইলৰ সেনা প্ৰধানগৰাকীয়ে কয় যে, কেৱল যোৱা ২৪ ঘণ্টাত প্ৰায় ৩০০ টা লক্ষ্য কৰি লোৱা হৈছে।

      ইয়াৰ উপৰিও ইৰাণ সমৰ্থিত হিজবুল্লাহৰ সৈতে জড়িত বিত্তীয় কোম্পানী আল-কাৰ্ড আল হাছানৰ প্ৰায় ৩০টা স্থানো অন্তৰ্ভুক্ত কৰা হৈছে। খবৰ অনুসৰি, এতিয়ালৈকে ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ ৭ জন ব্ৰিগেড কমাণ্ডাৰ, ২১ জন বেটেলিয়ন কমাণ্ডাৰ আৰু ২৪ জন কোম্পানী কমাণ্ডাৰ নিহত হৈছে।

      Tags: HamasHezbollahIranIsrael

      Related Posts

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
      Top News

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      July 24, 2025
      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…
      Top News

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      July 24, 2025

      শীৰ্ষ সংবাদ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist